• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন প্ৰেমত মেডোনা, প্ৰেমিকৰ সৈতে ক’ত সময় কটাইছে পপ তাৰকাগৰাকীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2024 2:54 pm
152
VIEWS
Share on FacebookShare on Twitter

পপ তাৰকা মেডোনাই নতুনকৈ প্ৰেমত পৰিছে। চলিত বছৰতে দুয়ো দুয়োৰে প্ৰেমত মছগুল হৈছে। আৰু এতিয়া দুয়ো একেলগে লণ্ডনলৈ গৈছে। তাৰ পৰাই কেইবাখনো ছবিও পোষ্ট কৰিছে।

নতুন প্ৰেমিক মেডোনাতকৈ ৩৮ বছৰ সৰু। ছচিয়েল মিডিয়াত চৰ্চিত হৈছে তেওঁৰ আৰু প্ৰেমিকৰ বয়সৰ ব্যৱধান। ৬৬ বছৰীয়া মেডোনা ২৮ বছৰীয়া আকিম মৰিছৰ প্ৰেমত পৰিছে।

এতিয়া মেডোনাই প্ৰেমিকৰ সৈতে লণ্ডনত ছুটী কটাইছে। শেহতীয়াকৈ তেওঁ লণ্ডন ভ্ৰমণৰ কেইবাখনো ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল।

ক’ৰবাত তেওঁলোকে গান গাই থকা দেখা গৈছে, আন ক’ৰবাত পপ ষ্টাৰগৰাকীয়ে প্ৰেমিকক ধৰি থকা দেখা গৈছে।

ষ্টেমফোৰ্ড ব্ৰীজ ষ্টেডিয়ামত বহি চেলছী ফুটবল দলৰ খেল উপভোগ কৰাও দেখা গৈছে এখন ছবিত। ছবিখনত পপ সংগীতৰ ৰাণীগৰাকীয়ে প্ৰেমিকক সাৱটি ধৰি থকা দেখা গৈছে।

মেডোনাই প্ৰথমবাৰৰ বাবে যোৱা জুলাই মাহত এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল। যোৱা ৪ জুলাইত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত মৰিছৰ সৈতে এখন ছবি পোষ্ট কৰিছিল গায়িকাগৰাকীয়ে। 

Recent News

ৱেইট ট্ৰেইনিং নে কাৰ্ডিঅ’, কিহে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব? গৱেষণাই কৰিলে প্ৰকাশ

ৱেইট ট্ৰেইনিং নে কাৰ্ডিঅ’, কিহে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব? গৱেষণাই কৰিলে প্ৰকাশ

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd