• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধভূমি লেবানন! ইজৰাইলৰ আক্ৰমণত নিহতৰ সংখ্যা ২০০০ অতিক্ৰম, গৃহহীন লাখ লাখ লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2024 11:08 am
ইজৰাইলৰ আক্ৰমণত লেবাননৰ লাখ লাখ লোক ঘৰ এৰি পলায়ন কৰিছে। ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ আক্ৰমণত লেবাননৰ লাখ লাখ লোক ঘৰ এৰি পলায়ন কৰিছে। ফটোঃ সংগ্ৰহীত।

324
VIEWS
Share on FacebookShare on Twitter

ইজৰাইলী বাহিনীয়ে লেবাননৰ ভূখণ্ডত কেইবা সপ্তাহ ধৰি চলোৱা নিৰ্বিচাৰ আক্ৰমণত নিহত লোকৰ সংখ্যা ২ হাজাৰ অতিক্ৰম কৰিছে। দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য সদৰী কৰিছে।

শুকুৰবাৰে লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পূৰ্বৰ ২৪ ঘণ্টাত ইজৰাইলৰ আক্ৰমণত কমেও ৩৭ জন লোক নিহত হৈছে। আহতৰ সংখ্যা ১৫১ জন। ইয়াৰ লগে লগে ১৭ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ লেবাননত ইজৰাইলী আক্ৰমণত নিহত লোকৰ সংখ্যা ২০০০ অতিক্ৰম কৰিছে। ইয়াৰে ২৬১ গৰাকী মহিলা আৰু ১২৭ গৰাকী শিশু।

যোৱা নিশা ইজৰাইলৰ বাহিনীয়ে ৰাজধানী বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত আক্ৰমণ কৰে। ইজৰাইলে লেবাননৰ দক্ষিণ সীমান্ত অঞ্চলত বিমান আক্ৰমণৰ উপৰিও স্থল অভিযানো চলাইছে।

লগতে পঢ়কঃ প্ৰেমিকক গছত বান্ধি থৈ যুৱতীক দলবদ্ধ ধৰ্ষণ! পুনেত ভয়ংকৰ ঘটনা

ইজৰাইলৰ আক্ৰমণৰ ফলত লেবাননত ১২ লাখতকৈ অধিক লোক শৰণাৰ্থী হৈ পৰিছে। ৰাজধানী বেইৰুটৰ হাজাৰ হাজাৰ সাধাৰণ নাগৰিকে অব্যাহত থকা বিমান আক্ৰমণৰ সন্মুখীন হৈ নিৰাপদ আশ্ৰয় বিচাৰি ঘৰ এৰি পলায়ন কৰিছে। 

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd