• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰেমিকক গছত বান্ধি থৈ যুৱতীক দলবদ্ধ ধৰ্ষণ! পুনেত ভয়ংকৰ ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2024 9:57 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমিকৰ সৈতে খোজকাঢ়ি গৈ থকা অৱস্থাত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী যুৱতী। মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এই জঘণ্য কাণ্ড। এগৰাকী ২১ বছৰীয়া যুৱতীক প্ৰেমিকৰ পৰা কাঢ়ি নিয়াৰ পিছত তিনিজন লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ তদন্তৰ অন্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হয় যদিও বাকী অভিযুক্তসকল পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে নিশা যুৱতীগৰাকীয়ে নিজৰ সংগীৰ সৈতে পুনেৰ বোপাদেৱ ঘাট অঞ্চলত ফুৰিবলৈ গৈছিল। ইজনে সিজনৰ হাতত ধৰি ঘূৰি ফুৰোতে হঠাৎ গাড়ী লৈ অভিযুক্তসকল তাত উপস্থিত হয়। নিজকে সমাজকৰ্মী বুলি পৰিচয় দি অভিযুক্তসকলৰ যুক্তি যে সেই অঞ্চলত এনেদৰে হাতত ধৰি ঘূৰি ফুৰিব নোৱাৰে। অভিযোগ অনুসৰি অনুমতি অবিহনে দুয়োৰে বলপূৰ্বকভাৱে ফটোও তুলিছিল।

Apply Now

লগতে পঢ়কঃ হাৰিয়ানা নিৰ্বাচন! বিধানসভাৰ ৯০ খন আসনৰ বাবে আজি আৰম্ভ হৈছে ভোটদান

এই বিষয়ত আপত্তি কৰাৰ বাবে তিনিওজন অভিযুক্তই তেওঁলোকক আক্রমণ কৰে। যুৱকক বেল্টেৰে গছত বান্ধি যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। পিছত তেওঁক তাতেই এৰি পলাই যায়। বিষয়টো স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

শুকুৰবাৰে পুৱা অভিযোগৰ খবৰ দিয়াৰ পিছত আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি এজন লোকক গ্ৰেপ্তাৰ কৰে। অভিযুক্তক জেৰা কৰাৰ অন্তত আৰক্ষীয়ে বাকীকেইজনৰ সন্ধান আৰম্ভ কৰে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীৰ শৰীৰত একাধিক আঘাতৰ চিন আছে।

লগতে পঢ়কঃযাদুকৰী উপায়! পুৱা শুই উঠাৰ পিছতে মানি চলক এই ৭টা অভ্যাস; সোনকালে কমিব ওজন

জানিব পৰা মতে, ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। শাৰদ পাৱাৰৰ গোটৰ এন চি পি নেত্ৰী সুপ্ৰিয়া ছুলেই শিণ্ডে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd