• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ ‘সতৰ্কবাণী’ক আওকাণ; টাইৱানক কেন্দ্ৰ কৰি সামৰিক অনুশীলন আৰম্ভ কৰিছে চীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2024 1:52 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে চীনে টাইৱানক কেন্দ্ৰ কৰি যুদ্ধ বিমান আৰু জাহাজ মোতায়েন কৰে। বেইজিঙে কয় যে নতুন সামৰিক অনুশীলনৰ লক্ষ্য হৈছে টাইৱানৰ “বিচ্ছিন্নতাবাদী” বাহিনীলৈ কঠোৰ সতৰ্কবাণী প্ৰেৰণ কৰা।

চীনে লগতে কয় যে এই অনুশীলন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু জাতীয় ঐক্য ৰক্ষাৰ বাবে এক বৈধ আৰু প্ৰয়োজনীয় অভিযান।

স্ব-শাসিত টাইৱানক চীনৰ নিয়ন্ত্ৰণলৈ অনাৰ বাবে বল প্ৰয়োগ কৰাটো বেইজিঙে নুই কৰা নাই। যোৱা দুবছৰত চতুৰ্থবাৰৰ বাবে চীনে টাইৱানক কেন্দ্ৰ কৰি বৃহৎ পৰিসৰৰ সামৰিক অনুশীলন চলাইছে।

Apply Now

যোৱা বৃহস্পতিবাৰে টাইৱানৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত ৰাষ্ট্ৰপতি লাই চিং- টেই দিয়া ভাষণে বেইজিঙক ক্ষুব্ধ কৰি তুলিছিল। কেইদিন পিছত চীনে টাইৱানক কেন্দ্ৰ কৰি সামৰিক অনুশীলন আৰম্ভ কৰিলে।

লগতে পঢ়কঃ গোহালি চাফা কৰি তাতেই শুই থাকক, দূৰ হ’ব কেন্সাৰ! বিজেপি নেতাৰ অদ্ভুত নিদান

লাই চিং-টেই দিয়া ভাষণত তেওঁ টাইৱানৰ ‘সংলগ্ন’ প্ৰতিহত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ জোৰ দি কয় যে বেইজিং আৰু টাইপেই ইটোৱে সিটোৰ অধীনস্থ নহয়।

টাইৱানৰ ৰাষ্ট্ৰপতিৰ এই বক্তব্যৰ পিছতে চীনে সতৰ্কবাণী জাৰি কৰে। বেইজিঙে কয় যে লাই চিঙৰ এই “প্ৰৰোচনা”ই টাইৱানৰ জনসাধাৰণৰ বাবে “বিপৰ্যয়”ৰ সৃষ্টি কৰিব।

চীনৰ সতৰ্কবাণীৰ পিছতে বেইজিঙক টাইৱানৰ পক্ষ সন্দৰ্ভত সকীয়াই দিয়ে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে।

কিন্তু আমেৰিকাৰ ‘সতৰ্কবাণী’ক আওকাণ কৰি চীনে টাইৱানৰ আশে-পাশে সামৰিক অনুশীলন আৰম্ভ কৰিলে।

চলিত বৰ্ষৰ মে’ মাহত লাই চিং-টাইয়ে টাইৱানৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁৰ পূৰ্বৰ ছাই ইং-ৱেনতকৈ চীনৰ বিষয়ে অধিক স্পষ্টবাদী। বিশেষকৈ টাইৱানৰ সাৰ্বভৌমত্ব ৰক্ষাৰ প্ৰশ্নত।

লগতে পঢ়কঃ পেটৰ ভিতৰত বাহ সাজিছিল জীৱন্ত পইতাচোৰাই! চিকিৎসকৰ ‘যাদু’ত জীৱন ৰক্ষা পৰিল দিল্লীৰ যুৱকৰ

লাই চিঙৰ এই স্থিতিৰ বাবে চীন অতিশয় ক্ষুব্ধ। বেইজিঙে তেওঁক ‘বিচ্ছিন্নতাবাদী’ বুলি অভিহিত কৰি আহিছে।

চীনৰ শেহতীয়া সামৰিক অনুশীলনক টাইৱানে গৰিহণা দিয়ে। তেওঁলোকে এই অনুশীলনক ‘অযুক্তিকৰ’ আৰু ‘উচটনিমূলক’ বুলি অভিহিত কৰে।

টাইপেইয়ে কয় যে ইতিমধ্যে অনুশীলনৰ প্ৰতি সঁহাৰি জনাবলৈ তেওঁলোকে  “উপযুক্ত বাহিনী” প্ৰেৰণ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd