• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেটৰ ভিতৰত বাহ সাজিছিল জীৱন্ত পইতাচোৰাই! চিকিৎসকৰ ‘যাদু’ত জীৱন ৰক্ষা পৰিল দিল্লীৰ যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2024 11:43 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় বাহিৰৰ খাদ্য খাইছিল। কিন্তু হঠাৎ পেটত যে এটা পইতাচোৰা থিতাপি লৈছিল সেয়া ঘুণাক্ষৰেও গম পোৱা নাছিল এজন যুৱকে। হঠাৎ পেটৰ বিষ আৰম্ভ হোৱাৰ পৰাই সমস্যা আৰম্ভ হয়। দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে সহজেই তিনি চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পইতাচোৰাটো আঁতৰাই যুৱকজনক সুস্থ কৰি তুলিছে।

সূত্ৰ অনুসৰি কিছুদিন পূৰ্বে তেওঁ বাহিৰৰ খাদ্য কিনি খাইছিল। তাৰ পিছত পেটৰ বিষ আৰু বমি আৰম্ভ হ’ল। কোনো খাদ্য হজম কৰিব পৰা নাছিল। তিনিদিন এনেকৈ থকাৰ পিছত বিষ সহ্য কৰিব নোৱাৰি তেওঁক দিল্লীৰ বসন্তকুঞ্জৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।

লগতে পঢ়কঃ উৎসৱৰ মাজতে ৰাজ্যত বৃদ্ধি পালে পেট্ৰ’লৰ দাম; প্ৰতি লিটাৰত কিমান বাঢ়িল?

Apply Now

বিষয়টো চাওঁতে ডাক্তৰৰ চকু কপালত উঠিল। এণ্ড’স্কপিকে ধৰি দুই এটা পৰীক্ষাৰ অন্তত চিকিৎসকে যুৱকজনৰ শৰীৰত জীৱন্ত পইতাচোৰাৰ উপস্থিতি উপলব্ধি কৰে। বাহিৰৰ খাদ্যৰ বাবেই এনে পৰিণতি। কিন্তু  বিষয়টোকলৈ কোনো বিচলিত নহৈ মাত্ৰ ১০ মিনিটতে পেটৰ পৰা যাদুৰ দৰে উলিয়াই অনা হ’ল পইতাচোৰা।

এজন চিকিৎসকে কয়, পৰীক্ষাৰ পিছতে বুজিলোঁ যে পইতাচোৰাটো জীয়াই আছে। তাৰ পিছত দুয়োফালে বিশেষ এণ্ড’স্কপি কৰা হয়। এফালৰ পৰা পানী আৰু আনফালৰ পৰা বতাহ দিয়াত সেইটো বাহিৰলৈ ওলাই আহে। ছ’চিয়েল মিডিয়াত এই খবৰ বিয়পি পৰাৰ লগে লগে নেটিজেনসকলে চিকিৎসকসকলক প্ৰশংসা কৰিছে।

লগতে পঢ়কঃ সলনি হৈছে বৃহস্পতিৰ গ্ৰেট ৰেড স্পট! তথ্য লাভ কৰি আচৰিত হৈ পৰিছে গৱেষকসকল

চিকিৎসালয়খনৰ মতে, যুৱকজনক সময়মতে চিকিৎসালয়লৈ নিনিয়া হ’লে যথেষ্ট বিপদৰ সন্মুখীন হ’লহেঁতেন। আনকি তেওঁৰ জীৱন বচোৱাও কঠিন হ’লহেঁতেন।  খাবলৈ গৈ কেতিয়া পইতাচোৰা পেটলৈ গ’ল সেয়া যুৱকজনে গমেই পোৱা নাছিল। তাতেই ঘটিল ইমান ডাঙৰ কাণ্ড। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd