• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতা : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে কেজৰিৱালৰ আবেদন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 22, 2024 3:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ পিছতে গুজৰাট বিশ্ববিদ্যালয়ে কেজৰিৱালৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰে। যাৰ বাবে নিম্ন আদালতে তেওঁৰ বিৰুদ্ধে চমন জাৰি কৰে। চমন বাতিল কৰিবলৈ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আপৰ নেতাগৰাকীয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ আবেদন খাৰিজ কৰে।

সংবাদমেলত কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন কৰে। বিশেষকৈ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰ কপি দেখুৱাবলৈ কৰে। বিশ্ববিদ্যালয়ে সেই প্ৰমাণ পত্ৰ প্ৰদান নকৰিলে।

Apply Now

আনহাতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পীয়ুষ পেটেলে কেজৰিৱাল আৰু ইউ পিৰ সাংসদ সঞ্জয় সিঙৰ বিৰুদ্ধে পৃথকে পৃথকে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰে।

এই গোচৰৰ সৈতে জড়িত অৰবিন্দ কেজৰিৱাল আৰু সঞ্জয় সিঙক বিগত বৰ্ষৰ ১১ আগষ্টত আদালতত হাজিৰ হ’বলৈ দিয়া হৈছিল। এই আবেদন খাৰিজ কৰিবলৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কেজৰিৱালে। কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ এই আবেদন নাকচ কৰে। তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপে কেজৰিৱাল। কিন্তু সেই আৱেদনো নাকচ কৰা হ’ল।

ইয়াৰ পূৰ্বে যোৱা ৪ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ এক সুকীয়া বিচাৰপীঠে সঞ্জয় সিঙৰ আবেদন খাৰিজ কৰিছিল। সোমবাৰে ন্যায়াধীশ হৃষিকেশ ৰায় আৰু ন্যায়াধীশ এছ ভি এন ভট্টীৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সেই বিষয়ৰ উদ্ধৃতি দি কেজৰিৱালৰ আবেদন খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ে এই বিষয়ত হস্তক্ষেপ নকৰে বুলি কয়।

মন কৰিবলগীয়া যে কেজৰিৱালে দিল্লী আৰু গুজৰাটৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰধানমন্ত্ৰীয়ে লাভ কৰা ডিগ্ৰীৰ প্ৰতিলিপি বিচাৰি কেন্দ্ৰীয় তথ্য আয়ুক্তৰ কাষ চাপিছিল।

২০১৬ চনৰ এপ্ৰিল মাহত চি আই চিয়ে দিল্লী বিশ্ববিদ্যালয় আৰু গুজৰাট বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে গুজৰাট বিশ্ববিদ্যালয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ তিনিমাহৰ পাছত জুলাই মাহত গুজৰাট উচ্চ ন্যায়ালয়ে চিআইচিৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে। বিশ্ববিদ্যালয়খনৰ ৱেবছাইট বা ৰাজহুৱা ডমেইনৰ আন কোনো ঠাইত প্ৰধানমন্ত্ৰীৰ স্নাতকোত্তৰ ডিগ্ৰী উপলব্ধ নহয় বুলিও কেজৰিৱালে কাউণ্টাৰ ৰিভিউ আবেদন দাখিল কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd