• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

  প্ৰেমচান্দৰ প্ৰেমৰ প্ৰতাৰণাৰ বলি কিশোৰী! বিয়া কৰোৱাৰ প্ৰলোভন দি কিশোৰীৰে শাৰিৰীক সম্পৰ্ক!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2024 5:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰলোভন, প্ৰেম, শাৰিৰীক সম্পৰ্ক আৰু তাৰ পাছত স্বাস্থ্যৰ অৱনতি ঘটাত পলায়ন!  প্ৰেমচান্দৰ প্ৰেমৰ প্ৰতাৰণাৰ বলি কিশোৰী! বিয়া কৰোৱাৰ প্ৰলোভন দি কিশোৰীৰে শাৰিৰীক সম্পৰ্ক!  তাৰ পাছতে অন্তঃসত্বা হোৱা বুলি জানি  ফাৰ্মাচীৰ পৰা আনি খুৱাই দিলে ঔষধ!

ওদালগুৰিৰ ভেৰগাওঁৰ উত্তৰ নাওঁবান্ধাত ৰাজ্য কপোৱা জঘন্য ঘটনা। পোহৰৰ উৎসৱ দিপাৱলীৰ দিনাই এক জঘন্য ঘটনা পোহৰলৈ আহিছে। বিয়া কৰোৱাৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কিশোৰীৰে । কিশোৰীগৰাকীৰ লগতে পৰিয়ালৰ অভিযোগ অনুসৰি উত্তৰ নাওঁবান্ধাৰ পতিৰাম মণ্ডলৰ পুত্ৰ প্ৰেমচান্দ মণ্ডলৰ কামনাৰ বলি হৈ দুমাহৰ অন্তঃসত্তা এগৰাকী কিশোৰী পিছত কিশোৰী গৰাকী দুমাহৰ অন্তঃসত্ত্বা বুলি জানিব পাৰি যুৱক জনে ফাৰ্মাচিৰ পৰা ঔষধ আনি

Apply Now

জোৰ জৱৰদস্তি সেৱন কৰাই কাৰোবাৰ আগত জনালে মৃত্যুৰ ভাবুকিও প্ৰদান কৰে কিশোৰী গৰাকীক ৷
ঔষধ সেৱনৰ পাছতে কিশোৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত সুযোগ বুজি পলায়ন কৰে প্ৰেমচাণ্ডে ৷ পাছত কিশোৰী গৰাকীৰ পৰিয়ালে ঘটনা সম্পৰ্কত অৱগত হৈ কিশোৰী গৰাকীক চিকিৎসালয়ত ভৰ্ত্তি কৰায় ৷ ইতিমধ্যে ভূক্তভোগী পৰিয়ালটোই ঘটনা সম্পৰ্কত ডিমাকুছি থানাত এখন এজাহাৰ দাখিল কৰিছে । ঘটনা সন্দৰ্ভত ডিমাকুছি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এইপৰ্যন্ত পলাতক প্ৰেমচাণ্ডক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হৈছে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন আৰু ৰাইজে লম্পট প্ৰেমচান্দ মণ্ডলক কঠোৰ শাস্তিৰ দাৱী তোলাৰ লগতে ভূক্তভোগী কিশোৰী গৰাকীক ন্যায় প্ৰদান কৰিবলৈ আৰক্ষীৰ ওচৰত দাৱী উত্থাপন কৰিছে ৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd