• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

  প্ৰেমচান্দৰ প্ৰেমৰ প্ৰতাৰণাৰ বলি কিশোৰী! বিয়া কৰোৱাৰ প্ৰলোভন দি কিশোৰীৰে শাৰিৰীক সম্পৰ্ক!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2024 5:36 pm
879
VIEWS
Share on FacebookShare on Twitter

প্ৰলোভন, প্ৰেম, শাৰিৰীক সম্পৰ্ক আৰু তাৰ পাছত স্বাস্থ্যৰ অৱনতি ঘটাত পলায়ন!  প্ৰেমচান্দৰ প্ৰেমৰ প্ৰতাৰণাৰ বলি কিশোৰী! বিয়া কৰোৱাৰ প্ৰলোভন দি কিশোৰীৰে শাৰিৰীক সম্পৰ্ক!  তাৰ পাছতে অন্তঃসত্বা হোৱা বুলি জানি  ফাৰ্মাচীৰ পৰা আনি খুৱাই দিলে ঔষধ!

ওদালগুৰিৰ ভেৰগাওঁৰ উত্তৰ নাওঁবান্ধাত ৰাজ্য কপোৱা জঘন্য ঘটনা। পোহৰৰ উৎসৱ দিপাৱলীৰ দিনাই এক জঘন্য ঘটনা পোহৰলৈ আহিছে। বিয়া কৰোৱাৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কিশোৰীৰে । কিশোৰীগৰাকীৰ লগতে পৰিয়ালৰ অভিযোগ অনুসৰি উত্তৰ নাওঁবান্ধাৰ পতিৰাম মণ্ডলৰ পুত্ৰ প্ৰেমচান্দ মণ্ডলৰ কামনাৰ বলি হৈ দুমাহৰ অন্তঃসত্তা এগৰাকী কিশোৰী পিছত কিশোৰী গৰাকী দুমাহৰ অন্তঃসত্ত্বা বুলি জানিব পাৰি যুৱক জনে ফাৰ্মাচিৰ পৰা ঔষধ আনি

জোৰ জৱৰদস্তি সেৱন কৰাই কাৰোবাৰ আগত জনালে মৃত্যুৰ ভাবুকিও প্ৰদান কৰে কিশোৰী গৰাকীক ৷
ঔষধ সেৱনৰ পাছতে কিশোৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত সুযোগ বুজি পলায়ন কৰে প্ৰেমচাণ্ডে ৷ পাছত কিশোৰী গৰাকীৰ পৰিয়ালে ঘটনা সম্পৰ্কত অৱগত হৈ কিশোৰী গৰাকীক চিকিৎসালয়ত ভৰ্ত্তি কৰায় ৷ ইতিমধ্যে ভূক্তভোগী পৰিয়ালটোই ঘটনা সম্পৰ্কত ডিমাকুছি থানাত এখন এজাহাৰ দাখিল কৰিছে । ঘটনা সন্দৰ্ভত ডিমাকুছি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এইপৰ্যন্ত পলাতক প্ৰেমচাণ্ডক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হৈছে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন আৰু ৰাইজে লম্পট প্ৰেমচান্দ মণ্ডলক কঠোৰ শাস্তিৰ দাৱী তোলাৰ লগতে ভূক্তভোগী কিশোৰী গৰাকীক ন্যায় প্ৰদান কৰিবলৈ আৰক্ষীৰ ওচৰত দাৱী উত্থাপন কৰিছে ৷

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd