• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধনুষৰ বিৰুদ্ধে খঙত জ্বলি উঠিল নয়নতৰা! মুকলি চিঠিৰে দিলে প্ৰত্যুত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2024 10:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুক্তিৰ অপেক্ষাত তথ্যচিত্ৰ ‘নয়নতৰা: বিয়ণ্ড দ্য ফেয়াৰী টেল’। পৰিচালক-অভিনেত্ৰী নয়নতৰা নিজেই অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে। সেই অপেক্ষাৰ আনন্দত পানী ঢালি দিলে আন এজন দক্ষিণৰ অভিনেতা ধনুষে। তেওঁ অভিযোগ কৰে যে তথ্যচিত্ৰখনত ধনুষ প্ৰযোজিত ‘নানুম ৰাউডী ধান’ ছবিখনৰ এটা সৰু ক্লিপ তিনি ছেকেণ্ডৰ বাবে ব্যৱহাৰ কৰা হৈছে। এই ছবিখনত নয়নতৰাই নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।

অভিনেতাজনে দাবী কৰে যে তেওঁৰ অনুমতি অবিহনে এই ক্লিপ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত প্ৰযোজক-অভিনেতাজনে তেওঁক ১০ কোটি টকাৰ আইনী জাননী প্ৰেৰণ কৰে।

এইবাৰ এখন মুকলি চিঠি যোগে তেওঁক উত্তৰ দিয়ে নায়িকাগৰাকীয়ে। ‘জোৱান’ৰ নায়িকাগৰাকীয়ে ৰাজহুৱাভাৱে ধনুষৰ চৰিত্ৰৰ পিনেও আঙুলিয়াই দিলে!

Apply Now

মাত্ৰ তিনি ছেকেণ্ডত ১০ বছৰ পুৰণি ছবি এখনৰ কিমানখিনিয়ে বা দেখা যায়? মুকলি চিঠিখনত এইটোৱেই আছিল নায়িকাৰ প্ৰথম প্ৰশ্ন। তেওঁ কয়, “আপুনি নিজকে যিমান দেখুৱাইছে সিমান মুঠেও নহয়।” কাৰণ, নিজকে ফোপজহাই দেখুৱাবলৈ অলপ বেছিকৈ কয়। এয়াইতো আপোনাৰৰ চৰিত্ৰ!”

ক্ষুব্ধ নয়নতৰাই দাবী কৰে যে ছবিৰ প্ৰচাৰৰ সময়ত ধনুষে নিজৰ প্ৰকৃত ৰূপ বহুখিনি লুকুৱাই ৰাখে। সাধাৰণ অনুৰাগীৰ আগত তেওঁ যিখিনি তুলি ধৰে সেয়া প্ৰকৃত ধনুষ নহয়। আইনী বাৰ্তাই তাৰ প্ৰমাণ।

নয়নতৰাই লগতে লিখিছে যে ধনুষে হেনো যোৱা ১০ বছৰ ধৰি এই কামটোৱে কৰি আহিছে। কিন্তু পৰ্দাৰ আঁৰত ব্লকবাষ্টাৰ ছবিখনৰ বিষয়ে প্ৰযোজক-অভিনেতাগৰাকীয়ে কৰা সকলো ভয়ংকৰ মন্তব্যৰ প্ৰতি অৱগত অভিনেত্ৰীগৰাকী। ২০১৬ চনত এই ছবিখনেই ধনুষলৈ বঁটা কঢ়িয়াই আনিছিল। আনকি বঁটাৰ মঞ্চতো প্ৰযোজকৰ উত্তেজনাক ছাঁ পেলাই ৰাখিছিল তেওঁৰ অসন্তুষ্টিয়ে!

ইয়াতেই শেষ নহয়। অভিনেত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰে যে, ‘তিনি চেকেণ্ডৰ ক্লিপ দেখুৱাবলৈ অনুমতিৰ বাবে আপোনাৰ সৈতে প্ৰায় আঢ়ৈবছৰ ধৰি যুঁজিবলগীয়া হৈছে। তাৰ পিছতো মই আপোনাৰ অনুমতি নাপালোঁ! শেষত সকলো অংশ আঁতৰাই ছ’চিয়েল মিডিয়াৰ পৰা ছবিখনৰ সৰু অংশ এটা লৈছিলোঁ৷ তাৰ পিছতো ইমান কাণ্ড!”

ধনুষক কটাক্ষ কৰিবলৈও এৰা নাই নয়নতাৰাই। তেওঁ লিখিছে, “আপোনাৰ মনৰ মধুৰতাৰে কৰা এই ভুৱা অভিযোগ পৰৱৰ্তী ছবিখনৰ প্ৰচাৰত কামত আহিব। সেই সময়ৰ বাবে ধনুষে যেন এই তীৰ সযতনে সাঁচি ৰাখে।”

নয়নতৰাই লগতে কয় যে কিছুমান মানুহ আছে যিয়ে আনক তুচ্ছজ্ঞান কৰি ভাল পায়। তেওঁলোকৰ দলত আছে প্ৰযোজক-অভিনেতাগৰাকী। তেওঁৰ তথ্যচিত্ৰখনত নয়নতৰাই আনৰ সুখত সুখী হোৱা মানুহৰ কাহিনী বৰ্ণনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd