• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

আকৌ উত্তপ্ত মণিপুৰ! তাৰ মাজতে মণিপুৰৰ পৰা AFSPA আঁতৰাবলৈ কেন্দ্ৰলৈ চিঠি মণিপুৰৰ ৰাজ্য চৰকাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 17, 2024 7:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ মণিপুৰ জ্বলিছে। আনকি সুৰক্ষিত নহয় মুখ্যমন্ত্ৰীৰ বাসগৃহও। মুখ্যমন্ত্ৰী বীৰেন সিঙৰ বাসগৃহতো চলিছে প্ৰতিবাদকাৰীৰ আক্ৰমণ। এনে পৰিস্থিতিত মণিপুৰৰ বিজেপি চৰকাৰে সেনাৰ বিশেষ ক্ষমতা আইন(AFSPA) প্ৰত্যাহাৰ কৰাৰ দাবী জনাই কেন্দ্ৰীয় চৰকাৰলৈ চিঠি প্ৰেৰণ কৰিছে।

যোৱা ১৪ নৱেম্বৰত কেন্দ্ৰই মণিপুৰৰ ৬ খন থানাত AFSPA কাৰ্যকৰী কৰাৰ বাবে অধিসূচনা জাৰি কৰিছিল।

Apply Now

গৃহ মন্ত্ৰালয়ে জাৰি কৰা এই অধিসূচনা অনুসৰি পশ্চিম ইম্ফলৰ ছেকমাই আৰু লামছাঙ, পূব ইম্ফলৰ লামলাই, বিষ্ণুপুৰৰ মৈৰাং, কাংপোকপিৰ লেইমাখং আৰু জিৰিবাম থানা অঞ্চলত নতুনকৈ AFSPA প্ৰয়োগ কৰা হৈছে।

ইফালে মণিপুৰ চৰকাৰৰ গৃহ বিভাগৰ এগৰাকী উপ-সচিবে দিল্লীৰ গৃহ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি এই সিদ্ধান্তৰ পুনৰ বিবেচনাৰ বাবে অনুৰোধ জনাইছে।

পত্ৰখনত কোৱা হৈছে যে ১৫ নৱেম্বৰত ৰাজ্যৰ মন্ত্ৰীসভাই নতুনকৈ AFSPA জাৰি কৰাৰ সিদ্ধান্ত সন্দৰ্ভত আলোচনা কৰিছিল। ৰাজ্যৰ মন্ত্ৰীসভাই AFSPA সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাটো বিচাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পুনৰ বিবেচনা কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত বিজেপি চৰকাৰৰ এই সিদ্ধান্ত আচৰিত। যদিও বিশেষজ্ঞসকলে ভাবে যে ইয়াৰ আঁৰত যুক্তি আছে। যদি AFSPA স্থাপন হয় তেন্তে সেনাই সম্পূৰ্ণ নিজাববীয়াকৈ কাম কৰিব পাৰে। সেনাবাহিনীৰ ওপৰত ৰাজ্য চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকে। মণিপুৰৰ ৰাইজৰ মাজত অসন্তুষ্টি দীৰ্ঘদিন ধৰি চলি আহিছে। বীৰেণ সিঙৰ চৰকাৰে অনুভৱ কৰিছে যে এই নবীকৃত AFSPA নতুনকৈ আৰম্ভ হোৱা হিংসাৰ আঁৰৰ কাৰণ হ’ব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd