• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BSA Goldstar 650-ৰ স্ক্ৰেম্বলাৰ অৱতাৰ B65 Scrambler মুকলি, ভাৰতলৈ আহিবনে এই বাইক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2024 2:23 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

71
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ স্ক্ৰেম্বলাৰ বাইকৰ প্ৰতি ক্ৰেতাৰ আগ্ৰহ বৃদ্ধি পাইছে। যিটো দেখি বি এছ এ-ই নতুন আগ্ৰহেৰে বজাৰত নামিছে। ব্ৰিটিছ কোম্পানীটোৱে এই ছেগমেণ্টত এখন নতুন মটৰ চাইকেল মুকলি কৰিছে। এইখন হৈছে B65 Scrambler।

বাৰ্মিংহামত চলি থকা মটৰ চাইকেল লাইভ শ্ব’ৰ মঞ্চত এই মডেলটোৰ পৰা পৰ্দা আঁতৰাই দিয়া হৈছে। উল্লেখ্য যে এইখন কোম্পানীটোৰ আটাইতকৈ জনপ্ৰিয় বাইক বি এছ এ গোল্ডষ্টাৰ ৬৫০ৰ ওপৰত ভিত্তি কৰি অনা হৈছে।

অনুমান কৰা হৈছে যে অহা বছৰ এই বাইক ভাৰতৰ বজাৰত প্ৰৱেশ কৰিব। আচলতে ই গোল্ডষ্টাৰৰ আন এটা ৰূপ। ডিজাইনৰ ক্ষেত্ৰত ইয়াত গ্ৰীলৰ সৈতে সৰু হেডলেম্প আৰু হাই-ছেট ফ্ৰন্ট ফেণ্ডাৰ আছে। ইয়াৰ উপৰিও এই বাইকখনক বাৰ এণ্ড মিৰ’ৰ আৰু ব্ৰেচৰ সৈতে বহল হেণ্ডেলবাৰ দিয়া হৈছে। আকৌ চাইড পেনেলত নম্বৰ প্লেট এখন আছে। ৰয়েল এনফিল্ড বিয়াৰ ৬৫০ত থকাৰ দৰে।

লগতে পঢ়কঃ নতুন দিগন্ত মুকলি! ইলন মাস্কৰ স্পেচএক্সৰ পৰা ইছৰোৱে উৎক্ষেপণ কৰিলে GSAT-20 উপগ্ৰহ

বিএছএ গোল্ডষ্টাৰ ৬৫০ৰ ওপৰত ভিত্তি কৰি নিৰ্মিত বি৬৫ স্ক্ৰেম্বলাৰত আছে ৰিবড পেটাৰ্ণ ফ্লেট চিট। বিএছএ-ই এই বাইকখন দুটা ৰঙৰ বিকল্পত উপলব্ধ কৰিছে – বগা আৰু হালধীয়া/গ্ৰে। হাৰ্ডৱেৰত আছে ১৯-১৭ ইঞ্চিৰ স্পক হুইলৰ লগতে পিৰেলি স্কোৰ্পিয়ন ৰেলী এছটিআৰ টায়াৰ। আনহাতে ইয়াৰ আসনৰ উচ্চতা গোল্ডষ্টাৰতকৈ ৪০ মিলিমিটাৰ বেছি।

বিএছএ গোল্ডষ্টাৰ ৬৫০ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা বি৬৫ স্ক্ৰেম্বলাৰত ৬৫২ চিচি, একক চিলিণ্ডাৰ, লিকুইড কুল ইঞ্জিন আছে। ইয়াৰ সৰ্বোচ্চ শক্তি ৪৫.৬ বিএইচপি আৰু ৫৫ এনএম টৰ্ক উৎপাদন কৰিব। মটৰটো ৫ স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে। অহা বছৰ ভাৰতৰ বজাৰত মুকলি হ’লে গোল্ডষ্টাৰ ৬৫০তকৈ ইয়াৰ মূল্য অলপ বেছি হ’ব পাৰে। বজাৰত ইয়াৰ প্ৰতিদ্বন্দ্বী হৈছে ৰয়েল এনফিল্ড বিয়াৰ ৬৫০। 

Recent News

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd