• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মুকলি হ’ল বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 19, 2024 5:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত বন্যপ্ৰাণী আৰু পৰিৱেশৰ প্ৰতি আহি পৰা  ভাবুকি আৰু  সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লক্ষ্যৰে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ১৯ নৱেম্বৰ ২০২৪ তাৰিখে চৌহদত “বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰ ” মুকলি কৰি এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। ১৯ আৰু ২০ নবেম্বৰ তাৰিখ , দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাবিদ ,নাগৰিক সমাজৰ সংগঠন, আৰু চৰকাৰৰ ভালে সংখ্যক সন্মানীয় বক্তাৰ লগতে বিভিন্ন অংশগ্ৰহণকাৰী l 

শ্ৰীমন্ত শঙ্কৰ একাডেমি চছাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসৰ আৰম্ভনি ভাষণেৰে আৰম্ভ হোৱা সভাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য অধ্যাপক জয়ন্ত ডেকাই এই অধ্যয়ন কেন্দ্ৰটিৰ মুকলি কৰা সন্দৰ্ভত বিস্তৃত ভাষণ ৰাখে। তাৰ পাছত ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে।

Apply Now

মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেঘালয় ব’ৰ্ড অৱ স্কুল এডুকেশ্যনৰ অধ্যক্ষ তথা শ্বিলঙৰ প্ৰাক্তন মুখ্য বন সংৰক্ষক  চি.পি. মৰাক । মৰাকে  বৰ্তমান ধংসৰ গৰাহলৈ যোৱা  বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক অধ্যয়ন, প্ৰশিক্ষণ, গৱেষণাৰ দ্বাৰা সংৰক্ষণ আৰু জন সচেতনতা গঢ়ি তোলা ইত্যাদি বিষয়ক প্ৰধানত হিচাপে লৈ বিশ্ববিদ্যালয়ে মুকলি কৰা  অধ্যয়ন কেন্দ্ৰটোৰ উদ্দেশ্য আৰু গুৰুত্বক স্পষ্টকৈ উল্লেখ কৰি শলাগ লয় । অনুষ্ঠানত বন্য প্ৰাণী বেচৰকাৰী সংস্থা “আৰণ্যক ” আৰু ” নৰ্থ ইষ্ট কেন এণ্ড বেম্ব‘  ডেভেলপমেন্ট কাউন্সিল” ৰ সৈতেও গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে বুজা বুজিৰ চুক্তি পত্ৰত স্বাক্ষৰিত কৰে।

উক্ত সভাখনত শলাগৰ শৰাই আগবঢ়ায় বিশ্ববিদ্যালয়ৰ ডীন একাডেমীক অধ্যাপক ড.অমৰ শইকীয়াই।

সদ্য উন্মোচিত এই বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰটো বহুবিষয়ক কেন্দ্ৰ হিচাপে ডিজাইন কৰা হৈছে যিয়ে ছাত্ৰ-ছাত্ৰী, অধ্যাপক, গৱেষক, তৃণমূল পৰ্যায়ৰ সংস্থা, সম্প্ৰদায়ৰ অংশীদাৰ আৰু চৰকাৰী সংস্থাসমূহক একত্ৰিত কৰি বন্যপ্ৰাণী  আৰু পৰিৱেশ সুৰক্ষা আৰু বহনক্ষমতাৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা, প্ৰশিক্ষণ আৰু সজাগতা প্ৰদান কৰি সকলোকে লাভান্বিত কৰিব। ইয়াৰ লক্ষ্য হৈছে এই বিষয় সমূহ বুজি উঠিবলৈ প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে  উপযুক্তকৈ প্ৰজন্মক প্ৰস্তুত কৰা l নতুন কেন্দ্ৰটোৱে গৱেষণাৰ উৎকৃষ্টতাক প্ৰসাৰ কৰা, আন্তঃশাখা সহযোগিতাক লাভান্বিত কৰা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, শিক্ষা আৰু প্ৰশিক্ষণৰ লগতে সম্প্ৰদায়ৰ সৈতে জড়িত হোৱাকে ধৰি কেইবাটাও মূল লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

 ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানত বিশিষ্ট পৰিৱেশবিদসকলৰ আলোচনা, বিশেষজ্ঞসকলৰ মাজত পেনেল আলোচনা হোৱাৰ উপৰিও  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চতৰ মাধ্যমিক আৰু তাৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত  বন্যপ্ৰাণী ফটোগ্ৰাফীৰ প্ৰতিযোগিতা, ভিডিঅ‘গ্ৰাফী আৰু পোষ্টাৰ আৰ্ট প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই উপলক্ষ্যে ২০ নৱেম্বৰত নেচাৰ্চ বেকনৰ প্ৰখ্যাত প্ৰকৃতিবিদ সৌম্যদীপ দত্তই ‘বন্য চৰাই আৰু ইয়াৰ সংৰক্ষণ’ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব। ইয়াৰ উপৰিও পৰিৱেশ সংৰক্ষণৰ কেন্দ্ৰীয় বিষয়বস্তুৰ ওপৰত এখন প্ৰদৰ্শনী অনুষ্ঠিত হব l তাৰ পিছত বন্যপ্ৰাণী তথ্যচিত্ৰৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd