• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪৩টা চাৰি, ২৪টা ছয়, ১৫২টা বলত অপৰাজিত ৪১৯ ৰান! শচীনৰ ১৫ বছৰৰ ৰেকৰ্ড ভংগ কৰিলে আয়ুষে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2024 9:51 am
৪৩টা চাৰি, ২৪টা ছয়, ১৫২টা বলত অপৰাজিত ৪১৯ ৰান! শচীনৰ ১৫ বছৰৰ ৰেকৰ্ড ভংগ কৰিলে আয়ুষে

শচীন তেণ্ডুলকাৰৰ দুৰ্দান্ত অভিলেখ ভংগ কৰিলে আয়ুষ শ্বিণ্ডেই। ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰিলে ৪৩টা চাৰি, ২৪টা ছয়। ১৫২ বলত অপৰাজিত ৪১৯ ৰানৰ মাৰাথন ইনিংছ। ই কোনো দলৰ মুঠ স্ক’ৰ নহয়, বেটছমেনৰ ব্যক্তিগত স্ক’ৰহে। নিজৰ বিস্ফোৰক বেটিঙেৰে হেৰিছ শ্বিল্ড টুৰ্ণামেণ্টত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল আয়ুষ শ্বিণ্ডেই। এনে বিস্ফোৰক বেটিঙেৰে আয়ুষে শচীন তেণ্ডুলকাৰৰ দুৰ্দান্ত অভিলেখ ভংগ কৰে। আয়ুষৰ স্মৰণীয় ইনিংছক ভৰ কৰিয়েই তেওঁৰ দলটোৱে স্ক’ৰ ব’ৰ্ডত ৬৪৮ ৰান সংগ্ৰহ কৰি অৱশেষত ৪৬৮ ৰাণেৰে মেচখন জয় কৰে।

জেনেৰেল এডুকেশ্যন একাডেমীৰ হৈ খেলি থকা সময়ত আয়ুষ শ্বিণ্ডে নিজৰ বেটিঙেৰে সকলোকে আচৰিত কৰি তুলিছে। এই প্ৰতিযোগিতাত ১৬ বছৰ বয়সত শচীনে তেণ্ডুলকাৰে বিনোদ কাম্বলীৰ সৈতে ৬৬৪ ৰানৰ অভিলেখ পাৰ্টনাৰশ্বিপ গঢ়িছিল। সেইবাৰ শচীনে ৩২৬ ৰানৰ এক শক্তিশালী ইনিংছ খেলিছিল। বিপৰীতে কাম্বলিয়ে সংগ্ৰহ কৰিছিল ৩৪৯ ৰান। আয়ুষে দুয়োকে অতিক্ৰম কৰি গৈছে। ১২ বছৰ বয়সত হেৰিছ শ্বিল্ড প্ৰতিযোগিতাত সৰফৰাজ খানে ব্যক্তিগত ৪৩৯ ৰান সংগ্ৰহ কৰিছিল। সেই অভিলেখ ভংগ কৰিবলৈ আয়ুষৰ মাত্ৰ ২১ ৰান বাকী আছিল।

লগতে পঢ়কঃ চিবিআই আদালতে নাকচ কৰিলে চুমি বৰাৰ জামিন আবেদন

শচীন তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত বহু অভিলেখ অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ তেওঁৰ আছে। শচীনে এনে কৃতিত্ব কৰিছে যিবোৰ কোনেও কল্পনাও কৰিব পৰা নাই। শৈশৱতে তেওঁ আৰম্ভ কৰিছিল। হেৰিছ শ্বিল্ড প্ৰতিযোগিতাত বিনোদ কাম্বলীৰ সৈতে শচীনৰ ৬৬৪ ৰানৰ পাৰ্টনাৰশ্বিপ আজিও স্মৰণীয় হৈ আছে। আজিও ইয়াৰ চৰ্চা চলি আছে। এই মেচত শচীনে যি ৰেকৰ্ড কৰিছিল সেয়া ভাঙি গৈছে।

হেৰিছ শ্বিল্ড প্ৰতিযোগিতাত জেনেৰেল এডুকেশ্যন একাডেমীৰ আয়ুষ শ্বিণ্ডেই ৪১৯ ৰানৰ অপৰাজিত ইনিংছ খেলিলে। আয়ুষে সহজেই শচীনৰ স্ক’ৰ অতিক্ৰম কৰে। এই যুটিত শচীনে অপৰাজিত হৈ ৩২৬ ৰান সংগ্ৰহ কৰিছিল। বিনোদ কাম্বলিয়ে ৩৪৯ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। মঙলবাৰে আয়ুষে দুয়োকে অতিক্ৰমি যায়।

২০০৯ চনত ১২ বছৰ বয়সত সৰফৰাজ খানে ৪৩৯ ৰানৰ ইনিংছটো খেলিছিল। ইয়াৰ পিছত এইটো প্ৰতিযোগিতাখনৰ দ্বিতীয় সৰ্বাধিক ব্যক্তিগত ইনিংছ। আয়ুষৰ ইনিংছৰ জোৰত তেওঁৰ দলটোৱে ৪৫ অভাৰত ৬৪৮/৫ ৰান সংগ্ৰহ কৰি ৪৬৪ ৰানৰ বিপুল ব্যৱধানত জয়লাভ কৰে। ১৫২ বলৰ ইনিংছত আয়ুছে ৪৩টা চাৰি আৰু ২৪টা ছয় মাৰে। ২০১৩ চনত হেৰিছ শ্বিল্ডত ১৪ বছৰীয়া পৃথ্বী শ্ব’ৱে এটা ইনিংছত সৰ্বাধিক ৫৪৬ ৰান সংগ্ৰহ কৰিছিল।

এই টুৰ্ণামেণ্টৰ পৰা ওলাই আহি শচীনে টিম ইণ্ডিয়াত স্থান লাভ কৰে। ইয়াৰ পৰাই সৰফৰাজ খান আৰু পৃথ্বী শ্ব’ৱেও টিম ইণ্ডিয়াৰ হৈ যাত্ৰা আৰম্ভ কৰে। এতিয়া  আয়ুষে এই তিনিজনৰ পথ অনুসৰণ কৰিব পাৰে নে নোৱাৰে সেয়া লক্ষ্যণীয় হ’ব।

লগতে পঢ়কঃ এই তিনিটা সুখ-যিয়ে এই পৃথিৱীতে মানুহক দিয়ে স্বৰ্গৰ অনুভৱ, কি কৈছে চাণক্যই?

উল্লেখ্য যে এই হেৰিছ শ্বিল্ড টুৰ্ণামেণ্ট মুম্বাই ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা বুলি বিবেচিত হৈছে। সকলোৰে চকু ইয়াৰ ওপৰত থাকে। এই প্ৰতিযোগিতাত খেলা বহু খেলুৱৈয়ে মুম্বাইৰ ৰঞ্জি ট্ৰফী দলত স্থান লাভ কৰে। আয়ুষেও নিজৰ ক্ৰিকেট কেৰিয়াৰক নতুন উচ্চতালৈ লৈ যাবলৈ বিচাৰিব। লগতে তেওঁ ভাল পৰ্যায়ত ক্ৰিকেট খেলিব বিচাৰে।

এই ইনিংছৰ পাছত তেওঁ ক্ৰিকেট মহলৰ দৃষ্টিত আহিছে আৰু তেওঁক মুম্বাই অনূৰ্ধ্ব-১৬ বা অনূৰ্ধ্ব-১৯ দলত অতি সোনকালে দেখা পোৱাটো কোনো আচৰিত কথা নহ’ব। এই প্ৰতিযোগিতাত শচীনে কৰিব নোৱাৰা কাম আয়ুষে কৰিলে। শচীনে ৪০০ ৰান পাৰ কৰিব নোৱাৰিলে যদিও আয়ুষে সেয়া কৰিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

August 14, 2025 1:06 pm
ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

August 14, 2025 12:13 pm
ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

August 14, 2025 12:12 pm
বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

August 14, 2025 11:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

August 14, 2025 1:06 pm
ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

August 14, 2025 12:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd