• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

১৪ বন্ধুক বিহ দি হত্যা থাইলেণ্ডৰ মহিলাৰ : মৃত্যদণ্ড ঘোষণা আদালতৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 20, 2024 8:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ ১৪ জনকৈ ঘনিষ্ঠ বন্ধুক বিহ দি হত্যা কৰাৰ দোষত থাইলেণ্ডৰ আদালতে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছে এগৰাকী মহিলাক।

যোৱা বছৰত এটা ভ্ৰমণৰ সময়ত এজন বন্ধুৰ পানীয়ত বিহ মিহলাই হত্যা কৰিছিল মহিলাগৰাকীয়ে।

Apply Now

চাইনাড নামৰ এবিধ বিষাক্ত ৰসায়ন খাদ্যত মিহলাই দিছিল মহিলাগৰাকীয়ে।

জানিব পৰা মতে, ঘাতক মহিলাগৰাকীৰ নাম ছাৰাৰাট ৰংচিউথাপৰ্ণ। তেওঁৰ বয়স ৩৬ বছৰ বুলি জানিব পৰা গৈছে।

মৃত বন্ধুগৰাকীৰ আত্মীয়ই স্বাভাৱিকভাৱে তেওঁৰ মৃত্যু হোৱা বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছিল আৰু মৰণোত্তৰ পৰীক্ষা কৰাইছিল। মৰণোত্তৰ পৰীক্ষাত তেওঁৰ শৰীৰত চাইনাইড নামৰ বিষাক্ত পদাৰ্থৰ অৱস্থিতি লাভ কৰে।

ইয়াৰ পিছতে তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে ছাৰাৰাটক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তদন্তত ওলাই পৰে যে ২০১৫ চনৰ পৰাই মহিলাগৰাকীয়ে অনুৰূপ ধৰণে আন আন লোককো হত্যা কৰি আহিছে।

আৰক্ষীয়ে জনোৱা মতে, জুৱাৰ প্ৰতি আসক্তি অভিযুক্ত ছাৰাৰাট নামৰ মহিলাগৰাকীৰ। তেওঁ জুৱাত হাৰিলেই প্ৰতিপক্ষক চাইনাডে দি অচেতন কৰে আৰু তাৰ পিছত তেওঁলোকৰ ধন সোণ লুট কৰে।

আৰক্ষীয়ে জনোৱা মতে, ২০২৩ চনৰ এপ্ৰিল মাহত ছাৰাৰাটে তেওঁৰ বন্ধু ছিৰিপৰ্ণ খানৱং (৩২)ৰ সৈতে বেংককৰ পশ্চিমে থকা ৰাটচাবুৰী প্ৰদেশলৈ গৈছিল আৰু তাত তেওঁলোকে এখন নদীত বৌদ্ধ সুৰক্ষা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

তদন্তকাৰীয়ে জনোৱা মতে, ছাৰাৰাটৰ সৈতে খাদ্য গ্ৰহণ কৰাৰ পিছত ছিৰিপৰ্ণৰ মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা মতে, ছিৰিপৰ্ণৰ মৃতদেহত চাইনাইডৰ অৱস্থিতি ধৰা পৰিছে। মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত ঘটনাস্থলীত ছিৰিপৰ্ণৰ ফোন, ধন আৰু বেগ নাছিল।

উল্লেখ্য যে ছাৰাৰাটৰ প্ৰাক্তন স্বামী এজন প্ৰাক্তন আৰক্ষী বিষয়া। তেওঁৰ প্ৰাক্তন স্বামীকে ধৰি তেওঁৰ অধিবক্তাক ক্ৰমে এবছৰ চাৰি মাহ আৰু দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, প্ৰমাণ লুকুৱাই ৰখা আৰু বিচাৰৰ পৰা হাত সাৰিবলৈ সহায় কৰাৰ বাবেও তেওঁৰ প্ৰাক্তন স্বামী আৰু অধিবক্তাক দোষী সাব্যস্ত কৰাৰ লগতে ছাৰাৰাটক ছিৰিপৰ্ণৰ পৰিয়ালক ২০ লাখ বাট ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়া হয়।

উল্লেখ্য যে চাইনাইড নামৰ পদাৰ্থই শৰীৰৰ কোষবোৰক অক্সিজেনৰ লাভ কৰাত বাধা প্ৰদআন কৰে। এই পদাৰ্থ বেছিকৈ সেৱন কৰিলে কেইছেকেণ্ডমানৰ ভিতৰতে ব্যক্তিৰ মৃত্যু হ’ব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

June 27, 2026 5:53 pm
নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd