• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণহত্যাৰ অপৰাধ! ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2024 10:11 am
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণহত্যা, মানৱতাৰ বিৰুদ্ধে অপৰাধ! ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে। সেই দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টৰ বিৰুদ্ধেও একে অভিযোগ উত্থাপন হৈছে। সেই পৰিপ্ৰেক্ষিততে আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালত বা আইচিচিয়ে তেওঁলোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

ইজৰাইল-হামাছৰ সংঘাতৰ বিষয়ে নতুনকৈ ক’বলগীয়া নাই। চলি থকা সংঘাতত এতিয়ালৈকে লাখ লাখ সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। গাজা প্ৰায় নিঃশেষ হৈ গৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে হামাছক নিৰ্মূল কৰিবলৈ আক্ৰমণ বন্ধ নকৰাৰ পণ লৈছে।

Apply Now

তাৰ বাবেই চলিছে  বিমান আক্ৰমণ, এতিয়া গাজাত চাৰ্জিকেল ষ্ট্ৰাইক চলি আছে। নেতানিয়াহুৰ বিৰুদ্ধে মূল অভিযোগ যে তেওঁ ‘যুদ্ধ অপৰাধ’ সংঘটিত কৰিছে। তেওঁ নৈতিকতাৰ সকলো সীমা উলংঘা কৰি হত্যা, মৃত্যুদণ্ড দিয়া, মানুহৰ ওপৰত নৰকীয় নিৰ্যাতন, খাবলৈ নিদিয়া আদি অপৰাধ সংঘটিত কৰি আছে।

আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতে লগতে বিশ্বাস কৰে যে অভিযুক্ত দুজনে ইচ্ছাকৃতভাৱে গাজাৰ জনসাধাৰণক জীৱন বৰ্তি থকাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ পৰা বঞ্চিত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ চেষ্টা কৰিছে। এই কাৰণেই গাজাত অত্যন্ত অমানৱীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ বাবে দায়ী বেঞ্জামিন নেতানিয়াহু আৰু ইয়োভ গালাণ্ট। আদালতৰ এই পৰ্যবেক্ষণ ২০২৩ চনৰ ৮ অক্টোবৰৰ পৰা ২০২৪ চনৰ ২০ মে’লৈকে আদালতে লাভ কৰা প্ৰতিবেদনৰ ভিত্তিত কৰা হৈছে।

ন্যায়াধীশগৰাকীয়ে আৰু লক্ষ্য কৰে যে খাদ্য, খোৱাপানী, বিদ্যুৎ আনকি ঔষধো গাজালৈ ইচ্ছামতে প্ৰেৰণ কৰা হোৱা নাই। এইদৰে ইজৰাইলে পোনপটীয়াকৈ হত্যা কৰাৰ পৰিৱৰ্তে গাজাৰ জনসাধাৰণক মৃত্যুৰ মুখলৈ ঠেলি দিছে। প্ৰাপ্তবয়স্ক লোকৰ মৃত্যু হৈছে, শিশুসকলে পুষ্টিহীনতাত ভুগিছে। লগতে বহু লোকৰ মৃত্যু হৈছে।

হামাছে ইজৰাইলক আক্ৰমণ কৰাৰ পিছৰে পৰা ইজৰাইলৰ আক্ৰমণত গাজা কাৰ্যতঃ ধ্বংস হৈছে। নেতানিয়াহুৱে স্পষ্ট বাৰ্তা দিছে কৈছে যে ইজৰাইল আৰু ইয়াৰ নাগৰিকৰ বিৰুদ্ধে হামাছে যুদ্ধ আৰম্ভ কৰিছে। তেওঁলোকে প্ৰথমে আক্ৰমণ কৰিছিল। শত্ৰুৱে কল্পনা কৰিব নোৱাৰা মূল্য ল’ব লাগিব।

ইয়াৰ পূৰ্বে ভাৰত, আমেৰিকাকে ধৰি কেইবাখনো দেশে তেওঁক যুদ্ধ বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু নেতানিয়াহুৱে কাৰো কথাৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ সিদ্ধান্তক লৈ তেওঁ কি প্ৰতিক্ৰিয়া দিয়ে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd