• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলেজ শিক্ষক নিযুক্তিৰ পৰীক্ষাই উচ্চ শিক্ষাক ভেকোভাওনালৈ ৰূপান্তৰ কৰিব : এছ এফ আই-ডি ৱাই এফ আই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 22, 2024 4:43 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ২২ নৱেম্বৰ তাৰিখে এছ এফ আই  আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিয়ে তেখেতলোকৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে। সংবাদমেল সম্বোধন কৰে এছ এফ আইৰ ৰাজ্যিক কমিটিৰ সদস্য ৰাজদ্বীপ মহন্ত আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে।

সংবাদ মেলত নিম্ন উল্লেখিত বিষয়সমূহ তুলি ধৰা হয়:

Apply Now

কলেজ শিক্ষক নিযুক্তি সম্পৰ্কত চৰকাৰে এক নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে। এই নতুন নিযুক্তি প্ৰক্ৰিয়াই অসমৰ উচ্চ শৈক্ষিক ব্যৱস্থাটোক পৰিকল্পিতভাৱে ধ্বংস কৰাৰ লগতেই শিক্ষাৰ্থীসকলৰ কাৰণে এক ভয়াবহ ভৱিষ্যত কঢ়িয়াই আনিব। এই নতুন নিয়ম অনুসৰি অসমত কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক পৰীক্ষা অনুষ্ঠিত কৰা হ‘ব। ৯০ নম্বৰৰে লিখিত পৰীক্ষা আৰু ১০ নম্বৰৰে ইন্টাৰভিউ ব্যৱস্থাৰে এই পৰীক্ষাটো অনুষ্ঠিত হ‘ব। কিন্তু এই নিৰ্দিষ্ট পৰীক্ষাটোৰ বাবে যি চিলেবাছ তথা পাঠ্যক্ৰম নিৰ্ধাৰণ কৰা হৈছে, সেয়া অতিকৈ চিন্তনীয়। পৰিতাপৰ বিষয় যে গোটেই চিলেবাছখনত কেৱলমাত্ৰ ইন্টাৰভিউতহে বিষয় ভিত্তিক জ্ঞানৰ ক্ষেত্ৰত মাত্ৰ ৫ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে আৰু সমান্তৰালভাৱে অন্য কিছুমান বিষয় যি সমূহ প্ৰশাসনিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয়, সেইসমূহত অধিক নম‌্বৰ তথা গুৰুত্ব প্ৰদান কৰা হৈছে। অৰ্থাৎ ৰসায়ন বিজ্ঞান বিভাগৰ এজন শিক্ষকে ৰসায়ন বিদ্যাৰ সম্পৰ্কে জনাতকৈ চৰকাৰী আঁচনি সম্পৰ্কে অধিক জনাটোতহে এই পৰীক্ষাটোৱে গুৰুত্ব আৰোপ কৰিছে। এজন কলেজ শিক্ষকৰ মূলতঃ চৰ্তটোৱেই হ‘ব লাগে নিজৰ বিষয়ৰ ওপৰত দক্ষতা। এজন পদাৰ্থ বিজ্ঞানৰ শিক্ষক বা ৰসায়ন বিজ্ঞানৰ শিক্ষকে চৰকাৰী আঁচনি সম্পৰ্কে অধিক জনাতকৈ নিজৰ বিষয়ৰ ওপৰত অধিক জনাটো অতি প্ৰয়োজন। কলেজ শিক্ষক আৰু প্ৰশাসনিক বিষয়াৰ মাজত কিছুমান মৌলিক পাৰ্থক্য থাকে। তেনে ক্ষেত্ৰত তুলনামূলকভাৱে অসম লোকসেৱা আয়োগৰ পাঠ্যক্ৰম কলেজ শিক্ষকসকলৰ বাবে নিৰ্ধাৰণ কৰি চৰকাৰে কলেজ শিক্ষকক প্ৰশাসনিক বিষয়া লৈ  ৰূপান্তৰ কৰি  উচ্চশিক্ষাক এক ভেকোভাওনালৈ পৰিৱৰ্তন কৰিব।

তাতোকৈ পৰিতাপৰ কথা যে উচ্চ শিক্ষাৰ মূলতঃ স্তম্ভটোৱেই হৈছে গৱেষণা। এই গৱেষণাৰ লগত সমাজৰ বৌদ্ধিক পৰিৱেশটোৰ এক সম্পৰ্ক আছে। কিন্তু এই নতুন নিযুক্তিৰ নিয়মে গুণগত গৱেষণাক সম্পূৰ্ণভাৱে গুৰুত্বহীন কৰি তুলিছে। গৱেষণা কেৱলমাত্ৰ প্ৰমোচনৰ এক চৰ্ত হৈ পৰিছে।

তাৰ লগতেই এই গোটেই পৰীক্ষাৰ পাঠ্যক্ৰমটোৱে কিছুমান কোচিং মাফিয়াকে সৃষ্টি কৰিব আৰু দৰিদ্ৰ শিক্ষাৰ্থীসকল বঞ্চিত হ‘ব।

এই প্ৰক্ৰিয়াই UGC ৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাৰ লগতেই গৱাৰ্নিং বডি সমূহৰ ক্ষমতা লাঘৱ কৰি দিছপুৰৰ হাতত অধিক ক্ষমতা অৰ্পন কৰিব।

চৰকাৰৰ এই টোগলকী সিদ্ধান্তৰ বিৰুদ্ধে এছ এফ আই আৰু ডি ৱাই এফ আই – এ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু এই আন্দোলনত ছাত্ৰ ,যুৱ, শিক্ষক আৰু শৈক্ষিক সমাজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd