• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৌতম আদানীৰ বিৰুদ্ধে নাই উৎকোচৰ অভিযোগঃ আমেৰিকাৰ অভিযোগৰ পাছত আদানী গ্ৰুপৰ স্পষ্টীকৰণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 27, 2024 11:11 am
1.5k
VIEWS
Share on FacebookShare on Twitter

আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী, তেওঁৰ ভতিজা সাগৰ আদানী আৰু জ্যেষ্ঠ কাৰ্যবাহী ভনীত জৈনে আমেৰিকাৰ অভিযোগনামাত কোনো ধৰণৰ উৎকোচৰ অভিযোগৰ পৰা মুক্ত বুলি আদানী গ্ৰুপে স্পষ্ট কৰিছে। আদানি গ্ৰুপৰ এটা প্ৰতিষ্ঠান আদানি গ্ৰীনেও এই সন্দৰ্ভত সংবাদ মাধ্যমৰ বাতৰিক “ভুল” বুলি অভিহিত কৰিছে৷

আদানি গ্ৰুপে এক বিবৃতিত কয় যে, ‘আমেৰিকাৰ ডি অ’ জেৰ অভিযোগনামা বা আমেৰিকাৰ এছ ই চিৰ দেৱানী অভিযোগত উল্লেখ কৰা অভিযোগত এফ চি পি এ উলংঘাৰ কোনো অভিযোগ উত্থাপন কৰা হোৱা নাই৷এফচিপিএই আমেৰিকাৰ বিদেশী দুৰ্নীতি প্ৰথা আইনক বুজায়।

ন্যায় বিভাগৰ অভিযোগনামাত পাঁচটা অভিযোগ সন্নিবিষ্ট কৰা হৈছে যদিও প্ৰথম আৰু পঞ্চম গোচৰত – এফচিপিএ উলংঘা কৰাৰ ষড়যন্ত্ৰ আৰু ন্যায়ত বাধাৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ – তিনিওজন পৰিচালক গৌতম আদানী, সাগৰ আদানী আৰু ভনীত জৈনৰ কথা উল্লেখ কৰা হোৱা নাই বুলি কোৱা হৈছে।

আদানি গ্ৰুপৰ বিবৃতিত কোৱা হৈছে যে আমেৰিকাৰ অভিযোগনামাৰ বিষয়ে ভুল বুজাবুজিৰ ফলত আদানী গ্ৰুপৰ তিনিওজন পৰিচালকে দুৰ্নীতি আৰু উৎকোচৰ অভিযোগৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে৷

আমেৰিকাৰ অভিযোগনামা কেৱল উৎকোচৰ বিষয়ে আলোচনা কৰা হৈছিল বা প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলি দাবীৰ ওপৰত নিৰ্ভৰশীল। ইয়াত ভাৰত চৰকাৰৰ বিষয়াসকলে আদানী কাৰ্যবাহীৰ পৰা উৎকোচ লাভ কৰাৰ কোনো প্ৰমাণ আগবঢ়োৱা নাছিল বুলি গোটটোৱে প্ৰকাশ কৰে।

পিছত জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগীয়ে সংবাদমেলত কয় যে কাক উৎকোচ দিয়া হৈছে সেই সন্দৰ্ভত অভিযোগনামাত কোনো সবিশেষ নাই৷

আমেৰিকাৰ অভিযোগনামাৰ পাছত আদানি গ্ৰুপৰ ১১টা তালিকাভুক্ত প্ৰতিষ্ঠানৰ বজাৰ মূলধন প্ৰায় ৫৫ বিলিয়ন ডলাৰৰ লোকচান হৈছে।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd