• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শীতকালত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ মানি চলক এই সহজ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2024 8:07 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

634
VIEWS
Share on FacebookShare on Twitter

শিশুৱে প্ৰায়ে শীতকালত চৰ্দি, কাহ আৰু জ্বৰত আক্ৰান্ত হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ ফলত শিশুৰ স্বাস্থ্যজনিত সমস্যা আৰু অধিক বৃদ্ধি পায়।

পিতৃ-মাতৃয়ে নিজৰ সন্তানক ঋতু পৰিৱৰ্তনৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰে। কিন্তু ল’ৰা-ছোৱালীবোৰ প্ৰায়ে বেমাৰত পৰে। শীতকালত আপোনাৰ সন্তান সঘনাই বেমাৰত পৰে নেকি? সেয়ে, শীতকালত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খুৱাব লাগে এবাৰ চকু ফুৰাই চাওক।

ফল:

শীতকালত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ফল খুবেই ভাল। কমলা, আঙুৰৰ দৰে ফল খুৱাব পাৰে। কাৰণ ইয়াত ভিটামিন চি বেছি থাকে। ই শীতকালত বহুতো ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যদি আপোনাৰ সন্তানে ফল-মূল খাব নিবিচাৰে, তেন্তে আপুনি ইয়াৰ ৰস বনাই খুৱাব পাৰে।

দৈ:

এই কথা শুনি আপুনি হয়তো আচৰিত হ’ব। কিন্তু এইটোৱে সঁচা। হয়, শীতকালত শিশুক দৈ খুওৱাটো বৰ ভাল। দৈয়ে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। দৈত যথেষ্ট পৰিমাণৰ কেলচিয়াম থাকে। ই শিশুৰ হাড় মজবুত কৰে।

বেৰী:

ষ্ট্ৰবেৰী, ব্লুবেৰী দৰে বেৰীত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন থাকে। ই আপোনাৰ শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত বহুখিনি সহায় কৰিব।

সেউজীয়া শাক-পাচলি:

শীতকালত শিশুক পুষ্টিকৰ সেউজীয়া শাক-পাচলি খুৱালে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ইয়াত থকা আঁহে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে পালেং শাক, কবি, ব্ৰকলি আদি সেউজীয়া শাক-পাচলি শিশুৰ খাদ্যত ৰাখক। ইয়াত ভিটামিন চি, ভিটামিন কে আদি বহুতো পুষ্টিকৰ উপাদান থাকে। এই শাক-পাচলি শিশুৰ খাদ্যত বা চূপ বনাই দিব পাৰে। ই সুস্বাদু আৰু স্বাস্থ্যকৰো।

আদা

আদাত এন্টিঅক্সিডেন্ট থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। শিশুক আদাৰ সৈতে সামান্য পৰিমাণে গুৰ মিহলাই খুৱাব পাৰে। ইয়াৰ ফলত আপোনাৰ সন্তান শীতকালত সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিব।

Recent News

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd