• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জ্যেষ্ঠ সাংবাদিক, ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ দেহাৱসান; সুধীসমাজত শোকৰ ছাঁ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 28, 2024 12:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাহিত্য তথা সাংবাদিকতাৰ জগতখনৰ বাবে এক দুঃখবৰ৷জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ, ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ আজি দেহাৱসান হয়। আজি পুৱা নাহৰকটীয়াৰ নিজা বাসগৃহত মৃত্যু হয় সাংবাদিক তথা সাহিত্যক বুলন কুমাৰ শইকীয়াৰ।

দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল বুলন কুমাৰ শইকীয়া। কেইবাখনো জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা আছিল বুলন কুমাৰ শইকীয়া। বুলন কুমাৰ শইকীয়াই সাংবাদিকতাৰ লগতে নিৰৱিচ্ছিন্নভাৱে চলাই গৈছিল সাহিত্যৰো চৰ্চা।

Apply Now

শেহতীয়াকৈ শইকীয়াই ৰচনা কৰা আৰাকান ইণ্টেল গ্ৰন্থখনে পাঠকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল

শেহতীয়াকৈ চি ইন চি নামৰ এখন গ্ৰন্থৰ কামো কৰি আছিল শইকীয়াই৷ শইকীয়াৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ আন এজন জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে লিখিছে- “আৰাকান ইণ্টেলৰ দৰে এখন বহুপঠিত উপন্যাসৰ স্ৰষ্টা আৰু চি-ইন-চি নামৰ আন এখন গ্ৰন্থ প্ৰকাশৰ বাবে সাজু কৰা বুলন মানে বুলন কুমাৰ শইকীয়াৰ অকাল মৃত্যুৰ বাতৰি পালো । ফেচবুকত শাসক-বিৰোধী উভয় পক্ষকে শানিত ৰাজনৈতিক টিপ্পনী আৰু ব্যংগ-ভ্ৰুকূটিৰে সদা সক্ৰিয় বুলনক কাহানিও লগ পোৱা নাই যদি তেওঁৰ কলমে সততেই আমাৰ মন-মগজুক আচোঁৰ মাৰি গৈছিল । শেহতীয়াকৈ তেওঁক কিছু স্তিমিত হৈ পৰা দেখিয়েই অনুমান কৰিছিলো যে হয়তো শাৰীৰিক অসুবিধাই কিছু পীড়িত কৰি ৰাখিছে । কাৰন ২০২২ চনত যকৃত ৰোগত আক্ৰান্ত হৈ মৃত্যুপথৰ পৰা উভতি আহিলেও সম্পূৰ্নৰূপে আৰোগ্য হোৱা নাছিল । তাৰ মাজতো কাৰোৰে ওচৰত হাত নপতাকৈ পেটৰ ভাত মোকলাবলৈ নিজে এটা ক্ষুদ্ৰ খাদ্য উদ্যোগ প্ৰতিষ্ঠানো গঢ়ি তুলিছিল । তাৰ আগতে এটা পৰ্টেলো জন্ম দিছিল । মোৰ বিশ্বাস এখন উপযুক্ত মঞ্চ পোৱা হলে বুলনৰ অধিক দুদান্ত সাহসিকতাৰ পৰিচয় হলহেতেঁন । কিন্ত সচাঁ কথা সাহসেৰে কোৱা মানুহবোৰৰ আজিৰ সমাজত স্থান নাই । সুবিধাবাদী ; তোষামোদকাৰী আৰু সোতঁত উটি যোৱা মানুহৰ ভিৰ বাঢ়িছে । সময়ত এইখন সমাজে বুলনহতঁৰ দৰে মানুহৰ অভাৱ আৰু শূন্যতা অনুভৱ কৰিব । সঘনাই চেক আপৰ বাবে হায়দৰাবাদলৈ অহা-যোৱা কৰা বুলনে অক্টোবৰ মাহত ফেচবুকত দিয়া পোষ্টৰ পৰাই জানিছিলো যে ৪৮ মাহৰ ভিতৰত সি বৃক্ক সংৰোপনৰ বাবে ঠিৰাং কৰিছে আৰু ইয়াৰ বাবে প্ৰয়োজন হব ৩৫ লাখৰো অধিক টকা । কিন্ত সেই সপোন ফলৱতী নহল । জুই আৰু মৃত্যুৰ সতে খেলা কৰি ভালপাওঁ আৰু জীয়াই থকাতো মোৰ বাবে এক স্বপ্নবিলাস বুলি ঘোষনা কৰা স্বাভিমানী বুলন আমাৰ মাজৰ পৰা একেবাৰে গুচি গল । অনুভৱ কৰিছো কিবা এক শূন্যতা । বহুতৰ পচন্দ নহলেও দেশ-দহৰ ভালৰ বাবেই আমৃত্যু মাত মতা এজন নিঃস্বাৰ্থ অসমপ্ৰেমী আৰু অন্যায়ৰ বিৰুদ্ধে সৰৱ এটা কণ্ঠ হেৰাই যোৱা মানে আমিবোৰ দুৰ্ভগীয়া৷”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd