• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এয়াৰ ইণ্ডিয়াৰ মহিলা পাইলটৰ ৰহস্যজনক মৃত্যু, ঘৰৰ পৰা উদ্ধাৰ মৃতদেহ; গ্ৰেপ্তাৰ প্ৰেমিক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 28, 2024 12:42 pm
মুম্বাইৰ ফ্লেটৰ পৰা উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলট সৃষ্টি তুলিৰ  মৃতদেহ।

মুম্বাইৰ ফ্লেটৰ পৰা উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলট সৃষ্টি তুলিৰ মৃতদেহ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়াৰ ইণ্ডিয়াৰ এগৰাকী মহিলা পাইলটৰ ৰহস্যজনক মৃত্যুকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মুম্বাইৰ আন্ধেৰীৰ এটা ফ্লেটৰ পৰা উদ্ধাৰ হৈছে এয়াৰ ইণ্ডিয়াৰ পাইলট সৃষ্টি তুলি (২৫)ৰ ওলমি থকা মৃতদেহ। যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। যুৱতীগৰাকীৰ ডিঙিত মোবাইল ফোন চাৰ্জাৰৰ কৰ্ড বান্ধি থোৱা আছিল। কিন্তু কোনো ছুইচাইড নোট পোৱা নগ’ল।

কিশোৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে পৰিয়ালটোৱে প্ৰেমিক আদিত্য পণ্ডিত (২৭)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তাৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

Apply Now

বাতৰি অনুসৰি, ঘটনা সংঘটিত হোৱাৰ দিনা ৰাতিপুৱা সৃষ্টিয়ে প্ৰেমিকক ফোন কৰি আত্মহত্যা কৰিব বুলি কয়। সেই সময়ত অভিযুক্তজন দিল্লীলৈ গৈ আছিল। খৰধৰকৈ ফ্লেটটো পালে যদিও ভিতৰৰ পৰা কোনেও দুৱাৰখন খোলা নাছিল। তেনেতে যুৱকজনে নকল চাবি এটা বনাই ফ্লেটটোত সোমাই গ’ল। ভিতৰত ওলমি থকা প্ৰেমিকাক দেখা পায়। চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

জানিব পৰা মতে যুৱতীগৰাকী উত্তৰ প্ৰদেশৰ বাসিন্দা। মুম্বাইত কৰ্সূত্ৰে আছিল। দুবছৰ পূৰ্বে যুৱতীগৰাকী কমাৰ্চিয়েল পাইলট পাঠ্যক্ৰমৰ বাবে দিল্লীলৈ গৈছিল। সেই সময়তে আদিত্য পণ্ডিতৰ লগত চিনাকি আৰু প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।

মৃতকৰ খুডায়েকে অভিযোগ কৰে যে যুৱকজনে প্ৰায়ে ৰাজপথত সকলোৰে সন্মুখত সৃষ্টিক হাৰাশাস্তি তথা অপমান কৰিছিল। কাপোৰৰ পৰা আৰম্ভ কৰি খাদ্যাভ্যাসলৈকে সকলো সলনি কৰিবলৈ তেওঁক অহৰহ হেঁচা দিয়া হৈছিল। আনকি, যুৱকজনৰ হেঁচাত ছোৱালীজনীয়ে আমিষ খাদ্য খোৱা বন্ধ কৰি দিছিল।

মৃতকৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত যুৱকজনৰ বিৰুদ্ধে আত্মহত্যাত প্ৰৰোচনা যোগোৱাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয়। আদালতে যুৱকজনক ২৯ নৱেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd