• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক, বাউণ্ডেৰী মৰাৰ পিছতে হাৰ্ট এটেক! খেলি থকা অৱস্থাত খেলপথাৰতে মৃত্যু ক্ৰিকেটাৰৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 29, 2024 10:44 am
হাৰ্ট এটেকত আক্ৰান্ত হৈ খেলপথাৰতে মৃত্যু হয় ইমৰাণ পেটেলৰ। ফটোঃ সংগ্ৰহীত।

হাৰ্ট এটেকত আক্ৰান্ত হৈ খেলপথাৰতে মৃত্যু হয় ইমৰাণ পেটেলৰ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট খেলি থকাৰ সময়ত খেলপথাৰতে মৃত্যু ঘটে ক্ৰিকেটাৰগৰাকীৰ। পুনেত সংঘটিত হৈছে এই কৰুণ ঘটনা। জানিব পৰা মতে খেল চলি থকাৰ সময়তে ইমৰাণ পেটেল নামৰ ক্ৰিকেটাৰগৰাকী হাৰ্ট এটেকত আক্ৰান্ত হৈছিল। হস্পিতাললৈ  লৈ যাবলৈ সময়কনো পোৱা নগ’ল। খেলপথাৰতে মৃত্যু হয় ইমৰাণৰ।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুনেৰ গড়ৱাৰ ষ্টেডিয়ামত দুটা দলৰ মাজত খেল চলিছিল। ৩৫ বছৰীয়া ইমৰানেও তাত খেলি আছিল। তেওঁ অল ৰাউণ্ডাৰ হিচাপে খেলে। তেওঁ বেটিং কৰিবলৈ নামি ইনিংছৰ মাজতে এটা বাউণ্ডেৰী মাৰে। ইয়াৰ পিছত দেখা যায় যে ইমৰানে অস্বস্তি অনুভৱ কৰিছে। তেওঁ আম্পায়াৰক কয় যে তেওঁৰ হাত আৰু বুকুত বিষ হৈছে।

Apply Now

পৰিস্থিতি দেখি আম্পায়াৰে ইমৰাণক খেলপথাৰৰ বাহিৰলৈ গৈ জিৰণি ল’বলৈ কয়। কিন্তু খেলপথাৰ এৰি যোৱাৰ সময়তে ইমৰাণ হঠাতে ঢলি পৰিল। লগে লগে ক্ৰিকেটাৰসকলে ইমৰাণৰ ওচৰলৈ দৌৰি গ’ল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। যিহেতু মেচখন লাইভ সম্প্ৰচাৰ হৈ আছিল, সেয়ে, সমগ্ৰ ঘটনাটো কেমেৰাত ধৰা পৰে। ইমৰাণৰ মৃত্যুৰ ভিডিঅ’ ভাইৰেল হৈছে।

চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে ইমৰানক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ কাৰণ হিচাপে ইমৰাণৰ হঠাৎ হাৰ্ট এটেকত মৃত্যু হয়। কিন্তু তেওঁৰ সতীৰ্থ নাছেৰ খানে কয় যে ইমৰাণৰ কোনো শাৰীৰিক অসুস্থতা নাছিল। ইয়াৰ পিছতো  ক্ৰিকেটাৰগৰাকীৰ হাৰ্ট এটেক কেনেকৈ হ’ল কোনেও বুজিব পৰা নাই। সতীৰ্থৰ এনে পৰিণতিত শোকস্তব্ধ হৈ পৰিছে ক্ৰিকেটাৰসকল।

জানিব পৰা গৈছে যে ইমৰাণৰ তিনিগৰাকী কন্যা সন্তান আছে। মাত্ৰ চাৰি মাহ আগতে তেওঁৰ তৃতীয় কন্যা সন্তানৰ জন্ম হৈছিল। ক্ৰিকেট খেলাৰ উপৰিও ইমৰাণৰ এখন জুচৰ দোকানো আছিল। ক্ৰিকেটাৰগৰাকীৰ এনে ঘটনাৰ খবৰ শুনি সকলোৱে স্তম্ভিত হৈ পৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd