• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰাইষ্টচাৰ্চত দুৰ্বাদল প্ৰতিদ্বন্দ্বিতা; ছন্দ হেৰুৱাই ইংলেণ্ডৰ হাতত পৰাজয়ৰ মুখত নিউজিলেণ্ড!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2024 1:13 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰাইষ্টচাৰ্চত উদযাপিত হোৱাৰ দিশত ইংলেণ্ডৰ দিন। ৩১৯ ৰানেৰে দিনটোৰ আৰম্ভণি কৰা ইংলেণ্ডে প্ৰথম ইনিংছত ৪৯৯ ৰান সংগ্ৰহ কৰে। লাভ কৰে ১৫১ ৰানৰ অগ্ৰগতি। প্ৰথম ইনিংছত ইমান ডাঙৰ ঘাটি পূৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে নিউজিলেণ্ডে ৬টা উইকেট হেৰুৱাছে।

তৃতীয় দিনৰ শেষত তেওঁলোকৰ সংগ্ৰহ হৈছে মাত্ৰ ১৫৫ ৰান ৬ উইকেটত। অগ্ৰগতি মাত্ৰ ৪ ৰানৰ। হাতত মাত্ৰ ৪ টা উইকেট। ইয়াৰ অৰ্থ হ’ল ক্ৰাইষ্টচাৰ্চ টেষ্টৰ তৃতীয় দিনৰ শেষলৈকে ইংলেণ্ডৰ মেচখনৰ ওপৰত নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে প্ৰতিষ্ঠিত হৈছে। এতিয়া নিউজিলেণ্ডৰ একমাত্ৰ আশা ডেৰিল মিচেলৰ ওপৰত। সোঁহাতৰ বেটছমেনগৰাকীয়ে ৩১ ৰানত অপৰাজিত হৈ আছে।

Apply Now

দ্বিতীয় ইনিংছত আৰম্ভণিৰে পৰা নিয়মীয়া ব্যৱধানত কিউই দলে উইকেট হেৰুৱাইছিল। ২৩ ৰানৰ ভিতৰতে উভতি আহে দুজন অ’পেনাৰ ডেভন কনৱে আৰু টম লেথামে। তাৰ পাছত কেন উইলিয়ামছন আৰু ৰাচিন ৰবীন্দ্ৰই ৪১ ৰানৰ যুটী বান্ধে।

ৰবীন্দ্ৰ যেতিয়া ব্যক্তিগত ২৪ ৰাণত আউট হৈছিল, তেতিয়া উইলিয়ামছনে মিচেলৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। এই যুটিৰ পৰা ৬৯ ৰান আহিছিল। ইনিংছৰ এটা পৰ্যায়ত নিউজিলেণ্ডে ৩ উইকেটত ১৩৩ ৰান সংগ্ৰহ কৰে। অৱশ্যে ক্ৰীছ ৱ’কেছৰ বলত ব্যক্তিগত ৬১ ৰানত উইলিয়ামছন আউট হোৱাৰ লগে লগে যুটিটো ভাঙি যায়।

উইলিয়ামছনে ৬১ ৰানৰ ইনিংছৰ পথত নিউজিলেণ্ডৰ প্ৰথম টেষ্ট বেটছমেন হিচাপে ৯০০০ টেষ্ট ৰাণৰ মাইলৰ খুঁটিত উপনীত হয়। টেষ্ট কেৰিয়াৰত ১০০০ টা চাৰি মৰাৰ মাইলৰ খুঁটি স্পৰ্শ কৰাৰ সুযোগো লাভ কৰিছিল। কিন্তু এতিয়াৰ বাবে  ৯৯৯ টা ফোৰতে ৰৈ থাকিব লগা হ’ল।

উইলিয়ামছনক এল বি ডব্লিউ আউট কৰাৰ পিছতে ৱ’কেছে টম ব্লুণ্ডেলক আউট কৰে। ইংলেণ্ডে একেৰাহে দুটা বলত দুটা উইকেট দখল কৰি খেলখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। তাৰ পাছত দিনটোৰ শেষত প্ৰথম ইনিংছত ৫৮ ৰান সংগ্ৰহ কৰা গ্লেন ফিলিপছ আউট হয়। ব্ৰাইডন কাৰ্ছ আৰু অকেছে ৩টাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে ৫ উইকেটত ৩১৯ ৰান কৰি দিনটো আৰম্ভ কৰা ইংলেণ্ডে তৃতীয় দিনা ৩৮১ ৰানত প্ৰথমটো উইকেট হেৰুৱাইছিল। হেৰী ব্ৰুক ১৭১ ৰান সংগ্ৰহ কৰি উভতি আহে। নৱম বেটছমেন হিচাপে আউট হোৱাৰ পূৰ্বে অধিনায়ক বেন ষ্ট’কছে ৮০ ৰান সংগ্ৰহ কৰে।

ইংলেণ্ডে ষ্ট’কছ আৰু ব্ৰুক যুটিত ১৫৯ ৰান সংগ্ৰহ কৰে। ষ্ট’কছে গাছ এটকিনছনৰ সৈতেও ৬৩ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। ব্ৰাইডন কাৰ্ছৰ সৈতে যুটিত ৪০ ৰান সংযোজন কৰে। মূলতঃ ইংলেণ্ডে তৃতীয় দিনৰ পুৱা ১৮০ ৰান সংযোজন কৰিবলৈ সক্ষম হয়। মেট হেনৰীয়ে ৪টা, নাথান স্মিথে ৩টা উইকেট লাভ কৰে।

সংক্ষিপ্ত স্ক’ৰ:

নিউজিলেণ্ড ৩৪৮ আৰু ১৫৫/৬ (উইলিয়ামছন ৬১, মিচেল ৩১; ৱ’কেছ ৩/৩৯, কাৰ্ছ ৩/২২)।

ইংলেণ্ড: ৪৯৯ (ব্ৰুক ১৭১, ষ্ট’কছ ৮০; হেনৰী ৪/৮৪, স্মিথ ৩/১৪১)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd