• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিবিআইৰ বেশ ধৰি ‘ডিজিটেল এৰেষ্ট’ প্ৰাক্তন ‘মিছ ইণ্ডিয়া’ক! ৯৯ হাজাৰ টকা লুটি নিলে মডেলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2024 9:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ দেশত সংঘটিত হৈছে ডিজিটেল এৰেষ্টৰ ঘটনা। এইবাৰ প্ৰৱঞ্চনাৰ বলি হৈছে উত্তৰ প্ৰদেশৰ এগৰাকী মডেল শিৱংকিতা দীক্ষিত। তেওঁৰ পৰা ৯৯ হাজাৰ টকা লুটি নিয়া বুলি আৰক্ষীক অভিযোগ কৰে। শিৱংকিতাই দাবী কৰে যে তেওঁক প্ৰায় ২ ঘণ্টা ধৰি ডিজিটেল এৰেষ্টত ৰখা হৈছিল। ইয়াৰ উপৰিও তেওঁ প্ৰাক্তন মিছ ইণ্ডিয়া।

মডেলগৰাকীয়ে আৰক্ষীক জনোৱা মতে, যোৱা মঙলবাৰে তেওঁৰ এটা হোৱাটছএপ কল আহিছিল। তেওঁক মানৱ সৰবৰাহ আৰু ড্ৰাগছ চক্ৰৰ সৈতে জড়িত বুলি কোৱা হয়। আৰু এই সম্পৰ্কীয় অবৈধ ধন তেওঁৰ বেংক একাউণ্টত জমা হৈছে।

Apply Now

শিৱংকিতাক চিবিআই বিষয়া বুলি পৰিচয় দি কোনোবাই ফোন কৰিছিল। তেওঁ দাবী কৰে যে যদি তেওঁ ৯৯ হাজাৰ টকা দিয়ে তেন্তে তেওঁক মুকলি কৰি দিব পাৰিব। শিৱংকিতাই ভয় খাই টকাখিনি ট্ৰেন্সফাৰ কৰিলে।

ইয়াৰ পিছত যেতিয়া কথাটো তেওঁৰ পৰিয়ালক কোৱা হয়, তেতিয়া মডেলগৰাকীয়ে বুজি পায় যে তেওঁক প্ৰতাৰণা কৰা হৈছে। লগে লগে তেওঁ আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

যোৱা কেইমাহমানত ডিজিটেল এৰেষ্টৰ সংখ্যা বৃদ্ধি পাইছে। দুই এটা ফোন কল আৰু ভিডিঅ’ কলৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰা হৈছে। কেইবা হাজাৰৰ পৰা লাখ, কোটি টকা পৰ্যন্ত হেৰুৱাব লগা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এক সজাগতা অভিযান আৰম্ভ কৰিছে। অজ্ঞাত ফোন নম্বৰৰ পৰা ফোন বা ভিডিঅ’ কল লাভ কৰাৰ সময়ত সাৱধান হ’বলৈ কোৱা হৈছে। সন্দেহ হ’লে আৰক্ষীক খবৰ দিবলৈ কোৱা হৈছে। কিন্তু কোনো লাভ হোৱা নাই।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চাইবাৰ জালিয়াতি ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বন্ধ কৰা হৈছে ৫৯ হাজাৰ হোৱাটছএপ একাউণ্ট। কেৱল সেয়াই নহয়, ১৭০০ স্কাইপ আইডি বন্ধ কৰাৰ সিদ্ধান্তও লৈছে কেন্দ্ৰই। এইবোৰৰ পৰা প্ৰৱঞ্চনা কৰাৰ সম্ভাৱনা বেছি কাৰণে চৰকাৰে বাতিল কৰিছে।

আন এক তথ্য পোহৰলৈ আহিছে যে চলিত বৰ্ষৰ ১৫ নৱেম্বৰলৈকে চাইবাৰ জালিয়াতিৰ অভিযোগৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ১ লাখ ৩০ হাজাৰৰো অধিক আইএমইআই নম্বৰ থকা প্ৰায় ৭ লাখ চিম কাৰ্ড ব্লক কৰি ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd