• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ সময়তে ৰাজধানী দিল্লীত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী  

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 7, 2024 12:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাতঃভ্ৰমণলৈ ওলাই গৈ গুলীত থকা সৰকা হৈ পৰিল ব্যৱসায়ী। দিল্লীৰ শ্বাহদৰা জিলাৰ ফৰচ বজাৰ অঞ্চলত শনিবাৰে পুৱা সংঘটিত হয় এই ঘটনা। মৃতকৰ নাম সুনীল জৈন (৫২)। তেওঁৰ বাচন-বৰ্তনৰ ব্যৱসায় আছিল।

শনিবাৰে পুৱা যমুনা স্প’ৰ্টছ কমপ্লেক্সৰ পথেৰে গৈ আছিল সুনীল জৈন। তেওঁ নিয়মিত প্ৰাতঃভ্ৰমণলৈ ওলাই যায়। আজিও তেওঁ ওলাই গৈছিলল। হঠাৎ পিছফালৰ পৰা বাইকত অহা দুজন দুৰ্বৃত্তই তেওঁৰ ওপৰত গুলীচালনা কৰে। উপৰ্যুপৰি একেৰাহে সাতৰ পৰা আঠ ৰাউণ্ড গুলী চলোৱা হৈছিল।

Apply Now

আৰক্ষীয়ে জনোৱা মতে, ব্যৱসায়ীজনৰ মৃতদেহত তিনিৰ পৰা চাৰিটা গুলী লাগিছে। চিকিৎসালয়লৈ নিয়াৰ পথত তেওঁৰ মৃত্যু হয়।মুকলিকৈ ৰাজপথত গুলীচালনাৰ ঘটনাই ৰাজধানীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়কঃ ড্ৰাগছৰ গোচৰত সকাহ, ২৪ বছৰৰ মূৰত ভাৰতত ভৰি দিলে অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে

অৱশ্যে ব্যৱসায়ীজনক কিয় গুলীয়াই হত্যা কৰা হৈছে সেয়া পৰিয়ালৰ লোকে বুজিব পৰা নাই। জানিব পৰা মতে ব্যৱসায়ীজনে স্কুটিৰে ঘৰলৈ উভতি আহিছিল। কৃষ্ণনগৰ অঞ্চলত তেওঁৰ ঘৰ।

আনহাতে, গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই। তথ্য লাভ কৰাৰ পিছতে ফৰচ বজাৰ থানাৰ আৰক্ষী ঘটনাস্থলীলৈ যায়। ঘটনাৰ পিছতে অঞ্চলটোত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে দোষীক বিচাৰি অভিযান আৰম্ভ কৰিছে। ৰাস্তাৰ চিচিটিভি ফুটেজৰ তদন্ত চলি আছে। তদন্তকাৰীয়ে মৃতকৰ পৰিয়ালৰ লোকৰ সৈতেও কথা পাতিছে। এই হত্যাকাণ্ডৰ আঁৰত কোনো ব্যৱসায়িক সংঘাত আছে নেকি সেয়া বুজিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।

লগতে পঢ়কঃ বন্ধুক হত্যা কৰাৰ অপৰাধত ওদালগুৰিত এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে
ইপিনে, শুকুৰবাৰে নিশা ৰাজধানী দিল্লীৰ গোবিন্দপুৰী অঞ্চলত শৌচাগাৰ ব্যৱহাৰক লৈ দুই চুবুৰীয়াৰ মাজত তীব্ৰ কাজিয়া হয়। অভিযুক্ত বিষম সিঙে তিনিজন লোকক দাৰে আঘাত কৰে। তাৰে এজনৰ মৃত্যু হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd