• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছদিনাই অজিত পাৱাৰে ঘূৰাই পালে হাজাৰ কোটি টকাৰ ‘বেনামী’ সম্পত্তি!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 7, 2024 1:36 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শুকুৰবাৰেই অজিত পাৱাৰে হাজাৰ কোটি টকাৰ বেনামী সম্পত্তিৰ গোচৰত পালে ডাঙৰ সকাহ। ২০২১ চনত আয়কৰ বিভাগে বেনামীৰ অভিযোগত জব্দ কৰিছিল অজিত পাৱাৰ আৰু তেওঁৰ পৰিয়ালৰ বিশাল সম্পত্তি। শুকুৰবাৰে আয়কৰ ন্যায়াধিকৰণে এই সম্পত্তি মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

শুকুৰবাৰে আয়কৰ ন্যায়াধিকৰণে কয় যে আয়কৰ বিভাগে এনে কোনো প্ৰমাণ দেখুৱাব নোৱাৰিলে যে অজিত পাৱাৰে এই সম্পত্তিটো বেনামীভাৱে ক্ৰয় কৰিছিল, বা অবৈধভাৱে ধন বিনিয়োগ কৰি সম্পত্তিটো ক্ৰয় কৰিছিল। ফলত ন্যায়াধিকৰণে পৰ্যাপ্ত প্ৰমাণৰ অভাৱত সম্পত্তি মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। যাৰ অৰ্থ হ’ল হাজাৰ কোটি টকাৰ সম্পত্তি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীক ঘূৰাই দিয়া হ’ব।

লগতে পঢ়কঃ প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ সময়তে ৰাজধানী দিল্লীত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী  

২০২১ চনৰ অক্টোবৰ মাহত আয়কৰ বিভাগে বেনামী হিচাপে ক্ৰয়ৰ অভিযোগত অজিত পাৱাৰৰ পাঁচটা স্থাৱৰ সম্পত্তি জব্দ কৰিছিল। ইয়াৰ ভিতৰত আছিল মুম্বাইৰ নৰিমান পইণ্টত এটা বহুমূলীয়া ঘৰ, দিল্লীৰ কাৰ্যালয় আৰু ঘৰ, গোৱাৰ এটা ৰিজৰ্ট আৰু আটাইতকৈ উল্লেখযোগ্য এটা সমবায় চেনিৰ কাৰখানা।

আয়কৰ বিভাগে লগতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ ৫০০ কোটি টকাৰ ২৭টা মাটিৰ প্লটো জব্দ কৰিছিল। আয়কৰ বিভাগে দাবী কৰিছিল যে এই সকলোবোৰ সম্পত্তি অজিত পাৱাৰ বা তেওঁৰ পৰিয়ালৰ সদস্যৰ।

আয়কৰ বিভাগে জব্দ কৰাৰ সময়ত অজিত পাৱাৰ বিৰোধী শিবিৰত আছিল। অৱশ্যে তেওঁ তেতিয়াও উপ-মুখ্যমন্ত্ৰীৰ পদত আছিল। কিন্তু গেৰুৱা শিবিৰৰ লগত হাত মিলাই দ্বিতীয়বাৰৰ বাবে উপ-মুখ্যমন্ত্ৰী হোৱাৰ লগে লগেই তেওঁ সেই সকলোবোৰ সম্পত্তি ঘূৰাই পালে।

লগতে পঢ়কঃ বিৰল মহাজাগতিক পৰিঘটনা! আজি একে শাৰীতে দেখা যাব পৃথিৱী-সূৰ্য্য-আৰু বৃহস্পতি গ্ৰহক

এই ঘটনাক লৈ স্বাভাৱিকতে বিৰোধী শিবিৰত প্ৰশ্ন উত্থাপন হৈছে। বিৰোধীয়ে দাবী কৰিছে যে এয়া বিজেপিত যোগদানৰ পুৰস্কাৰ। অৱশ্যে এই গোচৰৰ শুনানি দীৰ্ঘদিন ধৰি চলি আছিল।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd