• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশুসকলৰ হোম ছিকনেছ – শিশুৰ গৃহ-কাতৰতা লক্ষণ; জানক ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2024 8:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি ল’ৰা-ছোৱালীয়ে কেৰিয়াৰ আৰু পঢ়াৰ বাবে ঘৰৰ পৰা আঁতৰত হোষ্টেলত থাকে। অচিনাকি পৰিবেশত থকা, তাত থকা মানুহৰ লগত মিলি যোৱাটো তেওঁলোকৰ বাবে এক কঠিন কাম হৈ পৰে। যদিও বহু শিশুৱে নতুন পৰিবেশৰ লগত খাপ খাব পাৰে, বহুতে গৃহ-কাতৰতা (homesickness)ৰ বলি হয়। শিশুৱে নতুন পৰিবেশত ঘৰুৱা পৰিবেশ বিচাৰে। তেওঁলোকৰ মুখত ঘৰৰ স্মৃতি, উদ্বেগ বা দৈনন্দিন অভ্যাসৰ প্ৰতি আকুলতা দেখা যায়। এইবোৰ সময়মতে সমাধান নকৰিলে ই মানসিক চাপৰ সৃষ্টি কৰে।

গৃহ-কাতৰতাৰ পৰা শিশুক কেনেকৈ আঁতৰাই ৰাখিব?

Apply Now

গৃহ-কাতৰতা এটা ডাঙৰ সমস্যা, যিটো সময়ত নিয়ন্ত্ৰণ নকৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। গৃহ-কাতৰতাৰ প্ৰতি অভিভাৱকসকলে বিশেষ গুৰুত্ব দিব লাগে। ল’ৰা-ছোৱালীবোৰ ডাঙৰ হোৱাৰ লগে লগে লাহে লাহে ঘৰৰ পৰা আঁতৰত থকাৰ অভ্যাস কৰক। যেনে কেতিয়াবা তেওঁলোকৰ অবিহনে আপুনি আত্মীয়ৰ ঘৰ আৰু বন্ধু-বান্ধৱীৰ সৈতে যাব পাৰে। এই বিষয়ে ল’ৰা-ছোৱালীৰ লগত মুকলিকৈ কথা পাতিব যাতে তেওঁলোকে নিজৰ মনৰ কথা ক’ব পাৰে।

ল’ৰা-ছোৱালীক আতংকিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ শিকাওক। অতিমাত্ৰা সুৰক্ষা দিয়াৰ পৰা বিৰত থাকক। শিশুসকলক নিজৰ সিদ্ধান্ত নিজে ল’বলৈ সুযোগ দিয়ক। এই সকলোবোৰৰ পিছতো যদি শিশুৱে অকলশৰীয়া অনুভৱ কৰে তেন্তে পৰামৰ্শদাতাৰ (কাউঞ্চিলাৰ) সৈতে যোগাযোগ কৰক।

গৃহ-কাতৰতা এটা সাধাৰণ সমস্যা

যোৱা কেইবছৰমানৰ পৰা গৃহ-কাতৰতা এটা সাধাৰণ সমস্যা হৈ পৰিছে। ঘৰৰ পৰা গুচি অহাৰ পিছত ঘৰৰ স্মৃতিবোৰ সকলোৰে মনত পৰে। সেয়া শিশুৱেই হওক বা ডাঙৰেই হওক। কিছুমানে নিজকে উপযুক্ত যত্ন আৰু বুদ্ধিমত্তাৰে চম্ভালে, কিন্তু কিছুমানে নিজকে অকলশৰীয়া অনুভৱ কৰে। যিটো তেওঁলোকৰ বাবে প্ৰত্যাহ্বানতকৈ কম নহয়। এনে ক্ষেত্ৰত শিশুসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে তেওঁলোকক সুযোগ দিয়াটো গুৰুত্বপূৰ্ণ যাতে তেওঁলোকে গৃহ-কাতৰতাৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd