• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অ’ এন জি চি অসম সম্পদৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠানৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে নাজিৰাত চাৰি সংগঠনৰ অৱস্থান ধৰ্মঘট

নয়নমণি ভৰদ্বাজ, নাজিৰা by নয়নমণি ভৰদ্বাজ, নাজিৰা
December 12, 2024 6:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদৰ অধীনৰ গেলেকী তৈল ক্ষেত্ৰত বিভিন্ন সময়ত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন উদ্যোগীক প্ৰতিষ্ঠানে নিবিদাৰ জৰিয়তে খাৰুৱি তেল আৰু প্ৰাকৃতিক গেছ খনন –  উৎপাদন কৰি আহিছে।

শেহতীয়াকৈ Cross Country Pvt Ltd নামৰ বহিৰাগত পুঁজিপতি ব্যৱসায়ীক প্ৰতিষ্ঠানে গেলেকী তৈল ক্ষেত্ৰত নতুনকৈ স্থাপিত হ’ব লগা জি চি পি  প্ৰকল্পৰ নিবিদা লাভ কৰাৰ পিছত এই কোম্পানীটোৱে Sopan নামৰ আন এটা কোম্পানীক উপ –  ঠিকা হিচাপে অৰ্পণ কৰি স্থানীয় ক্ষুদ্ৰ ক্ষুদ্ৰ ঠিকাদাৰ সকলক বঞ্চিত কৰিছে ।

Apply Now

তাৰোপৰি Sopan নামৰ প্ৰতিষ্ঠানটোয়েও M/S Sontosh Sahewalla নামৰ এটা প্ৰতিষ্ঠানক পুনৰ উপ –  ঠিকা প্ৰদান কৰিছে । এই ক্ষেত্ৰত অ’ এন জি চি অসম সম্পদৰ একাংশ শীৰ্ষ বিষয়াৰ সৈতে গোপন বুজা বুজিৰ বাবেই থলুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ ঠিকাদাৰ সকলক চৰম বঞ্চনা কৰি আহিছে ।এই কাৰ্যৰ বিৰোধিতা কৰি যোৱা ২১ নৱেম্বৰত বীৰ লাচিত সেনা,  অসম  , সদৌ তাই আহোম ছাত্ৰ সন্থা , অসম চাহ জনজাতি ছাত্ৰ সন্থা  আৰু  সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ আদিকে ধৰি ভালেকেইটা সংগঠনে নাজিৰা সম জিলা আয়ুক্তৰ জৰিয়তে অ’ এন জি চি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকলৈ একোখনিকৈ স্মাৰক পত্ৰ প্ৰদান কৰি এসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছিল । কিন্তু নিগম কৰ্তৃপক্ষই আজি পৰ্যন্ত কোনো সহাৰি জনোৱা নাই ।

অ’ এন জি চি অসম সম্পদ আৰু উক্ত ঠিকাদাৰী প্ৰতিষ্ঠানৰ এনে বঞ্চনাৰ প্ৰতিবাদ জনাই আজি সংগঠনকেইটাই যৌথভাৱে নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মূখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনকেইটাই আগন্তক তিনিদিনৰ ভিতৰত অ’ এন জি চি অসম সম্পদ , Cross Country Pvt Ltd আৰু Sopan  নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰা , এক ইতিবাচক আলোচনা মাজেৰে বিষয়টো সমাধান নোহোৱা পৰ্যন্ত প্ৰতিষ্ঠানৰ কাম –  কাজ বন্ধ ৰখা , এশ শতাংশ থলুৱা যুৱকক প্ৰত্যক্ষ ভাৱে ঠিকা প্ৰদান কৰা , অ’ এন জি চিয়ে প্ৰদান কৰা নিবিদা নিৰিখ অনুসৰি উচিত নিৰিখ প্ৰদান কৰা , শ্ৰম আয়ুক্তৰ দ্বাৰা নিৰ্ধাৰিত শ্ৰমিক সকলক সেই অনুপাতে মজুৰি প্ৰদান কৰা আদি দাবী জনাই সংগঠনকেইটাই নাজিৰা সমজিলা আয়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতো দাবী কাৰ্যকৰী নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ।

নয়নমণি ভৰদ্বাজ, নাজিৰা

নয়নমণি ভৰদ্বাজ, নাজিৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd