• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্তানৰ জেদী আচৰণক লৈ চিন্তিত? অনুসৰণ কৰক ৭ টা ফলপ্ৰসূ উপায়, পাব ভাল ফলাফল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2024 8:21 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিগৰাকী মাতৃয়ে আজিকালি অভিযোগ কৰে যে তেওঁলোকৰ সন্তানটো বেছি দুষ্ট। বাধা দিয়াৰ পিছতো তেওঁলোকে ভুল কাম কৰা বন্ধ নকৰে। ঘৰত ভঙা-ছিঙা কৰা আৰু বস্তু-বাহানি বিশৃংখল কৰি ৰখাটো সাধাৰণ কথা। কেৱল সেয়াই নহয়, তেওঁলোকে বেয়া আচৰণ কৰিবলৈও আৰম্ভ কৰে।

এনে পৰিস্থিতি প্ৰত্যাহ্বানজনক হ’ব পাৰে। কিন্তু আমি কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ, সেইটোৱে আমাৰ সন্তানৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অনুশাসন কেৱল আচৰণ শুধৰণিৰ কথা নহয়। এইটো জীৱনত শিক্ষা দিয়াৰ বিষয়। দুষ্ট ল’ৰা-ছোৱালীৰ লগত কেনেকৈ মোকাবিলা কৰিব লাগে জানো আহক।

Apply Now

আপুনি শান্ত আৰু সংযত হৈ থকাটো গুৰুত্বপূৰ্ণ

শিশুৱে বেয়া আচৰণ কৰিলে খং উঠাটো স্বাভাৱিক। কিন্তু তেতিয়াও শান্ত হৈ থাকিব লাগিব। শান্ত হৈ থাকি আপুনি তেওঁৰ বাবে এক ইতিবাচক আদৰ্শ দাঙি ধৰিছে। শান্ত পৰিৱেশত শিশুৱে নিজৰ কামৰ ফলাফল বুজিব পাৰে।

ভুলৰ বাবে কি শাস্তি হ’ব পাৰে সেইটো জনাওক

যেতিয়া শিশুৱে বেয়া আচৰণ কৰে তেতিয়া তেওঁক শান্তভাৱে বুজাওক যে তেওঁ যিটো কাম কৰিছে তাৰ বাবে কি শাস্তি হ’ব পাৰে। প্ৰতিটো ভুল কামৰ বাবে একেধৰণৰ শাস্তি দিয়ক। যদি আপুনি বাৰে বাৰে তেওঁক বিভিন্ন ধৰণে শাস্তি দিয়ে তেন্তে তেওঁ সেই আচৰণৰ পুনৰাবৃত্তি কৰিব।

ইতিবাচক অনুপ্ৰেৰণাৰে বুজাওক

শাস্তিতকৈ ইতিবাচক প্ৰেৰণা অধিক ফলপ্ৰসূ হ’ব পাৰে। যেতিয়া আপোনাৰ সন্তানে ভাল আচৰণ কৰে তেতিয়া তেওঁক কেবল প্ৰশংসা কৰক। ইয়াৰ ফলত শিশুটিয়ে ভাল আচৰণ কৰিবলৈ প্ৰেৰণা লাভ কৰিব।

মনোযোগ আনপিনে ঘুৰাওক

কেতিয়াবা শিশুৰ অসৎ আচৰণৰ কাৰণ হয় বিৰক্তি বা মনোযোগৰ আকাংক্ষা। এনে ক্ষেত্ৰত তেওঁলোকৰ মনোযোগ আন এটা কামৰ দিশলৈ ঠেলি দিয়াটো এক ফলপ্ৰসূ কৌশল হ’ব পাৰে। উদাহৰণস্বৰূপে, যদি শিশুৱে খেলনা এটা নাপাই জেদ কৰিছে, তেন্তে তেওঁক আন এটা কামকাজত ব্যস্ত কৰি ৰাখক।

স্পষ্ট নিয়ম প্ৰস্তুত কৰক

শিশুসকলক এনে এক কাঠামোৰ প্ৰয়োজন যাৰ ভিতৰত তেওঁলোকে কাম কৰিব পাৰে। স্পষ্ট নিয়ম প্ৰস্তুত কৰি তাৰ পিছত সহজ ভাষাত সেইটো শিশুটিক বুজাই দিয়াটো অতি প্ৰয়োজনীয়। সময়ে সময়ে এই নিয়মবোৰ সোঁৱৰাই দিয়ক।

শিশুটিক বুজিবলৈ চেষ্টা কৰক

কেতিয়াবা শিশুৰ বেয়া আচৰণ নিজৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰাৰ ফল হ’ব পাৰে। তেওঁলোকৰ দৃষ্টিভংগী বুজিবলৈ আৰু তেওঁলোকৰ সমস্যাৰ মূললৈ যাবলৈ সহানুভূতি দেখুৱাওক। ইয়াৰ ফলত তেওঁলোকৰ আচৰণ উন্নত হোৱাই নহয়, তেওঁলোকৰ সৈতে আপোনাৰ সুদৃঢ় সম্পৰ্ক গঢ়ি তোলাতো সহায় কৰে।

সমস্যা সমাধানৰ কৌশল শিকাওক

শিশুটিক কেৱল কি কৰা উচিত নহয় সেইটোকে নক’ব। বৰঞ্চ তেওঁলোকক শিকাওক যে তেওঁলোকে কি কৰা উচিত। শিশুসকলক সমস্যা সমাধানৰ দক্ষতা শিকালে তেওঁলোকে কঠিন পৰিস্থিতি নিজাববীয়াকৈ চম্ভালিবলৈ শিকে। ইয়াৰ ফলত তেওঁলোক অধিক স্বাৱলম্বী আৰু বুদ্ধিমান হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd