• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্তিম মেচত জয়ৰ পিছতে টেষ্টৰ পৰা বিদায় ল’লে টিম চাউথীয়ে; সামৰিলে ১৬ বছৰীয়া কেৰিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2024 12:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৮ চনত ইংলেণ্ডৰ হাতত পৰাস্ত হৈয়ে টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল টিম চাউথীয়ে। আৰু ২০২৪ চনত সেই ইংলেণ্ডক পৰাস্ত কৰিয়েই চাউথীয়ে নিজৰ টেষ্ট কেৰিয়াৰৰ অন্ত পেলালে। কেৰিয়াৰৰ প্ৰথমখন টেষ্ট মেচত ১২১ ৰানত পৰাস্ত হোৱাৰ বিপৰীতে শেষৰখন মেচত ৪২৩ ৰানত জয়লাভ কৰে চাউথীৰ দল নিউজিলেণ্ডে। লগে লগে ১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ অন্ত পেলালে।

ঘৰৰ মাটিত ইংলেণ্ডৰ ছিৰিজটো তেওঁৰ কেৰিয়াৰৰ অন্তিম টেষ্ট ছিৰিজ বুলি ইতিমধ্যে টিম চাউথীয়ে জনাইছিল। সতীৰ্থসকলৰ লক্ষ্য আছিল শৃংখলা জয় কৰি চাউথীক বিদায় দিয়া। কিন্তু নাই, ছিৰিজ জয়ী হোৱা নহ’ল। ২-১ ব্যৱধানত পৰাস্ত হ’বলগীয়া হৈছে। অৱশ্যে ছিৰিজৰ শেষৰখন মেচত জয়লাভ কৰি নিউজিলেণ্ডে চাউথীক বিদায় উপহাৰ দিলে।

Apply Now

শেষৰখন মেচত অৱশ্যে ভাল প্ৰদৰ্শন কৰিব পৰা নাই চাউথীয়ে। টেষ্টৰ অন্তিম দিনটোত তেওঁ ১টা উইকেট দখল কৰিছিল, তাৰ আগতে তেওঁ এটা উইকেট পাইছিল। অৰ্থাৎ শেষৰ টেষ্টখনত তেওঁ দুটা উইকেট দখল কৰিছে। প্ৰথম ইনিংছত এটাও উইকেট পোৱা নাছিল। এই মেচখনত চাউথীয়ে ক্ৰমে ২৩ আৰু ২ ৰান সংগ্ৰহ কৰিছিল।

শেষৰখন টেষ্টত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি ৩৪৭ ৰান সংগ্ৰহ কৰে। আনহাতে, ইংলেণ্ডে মাত্ৰ ১৪৩ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়। দ্বিতীয় ইনিংছত নিউজিলেণ্ডে ৪৫৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত ইংলেণ্ডৰ সন্মুখত বিশাল টাৰ্গেট থকাৰ পিছতো মাত্ৰ ২৩৪ ৰানতে অল আউট হয় দলটো। ফলত নিউজিলেণ্ডে ৪২৩ ৰানত জয়লাভ কৰে।

টিম চাউথীৰ কেৰিয়াৰ

চাউথীয়ে কেৰিয়াৰৰ ১০৭খন টেষ্ট মেচত ২০৩টা ইনিংছ খেলিছে। তেওঁৰ মুঠ উইকেট ৩৯১টা। সৰ্বোত্তম স্পেল হৈছে ৬৪ ৰানত ৭ উইকেট। বেটিঙতো চাউথীৰ অভিলেখ ঈৰ্ষণীয়। তেওঁ ১৫৬ টা ইনিংছত ২২৪৫ ৰান সংগ্ৰহ কৰিছে। সৰ্বাধিক ৭৭ ৰান সংগ্ৰহ কৰিছে। টেষ্ট কেৰিয়াৰত চাউথীয়েও ৭ টা অৰ্ধশতকো কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd