• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলকাতা মেট্ৰ’ত থিয় হৈ প্ৰকাশ্যে চুম্বন : ভাইৰেল ভিডিঅ’ দেখি নেটিজেনৰ চকু কপালত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 18, 2024 7:00 am
88
VIEWS
Share on FacebookShare on Twitter

কলকাতা মেট্ৰ’ ষ্টেচনত থিয় হৈ সকলোৰে সন্মুখত মুকলিকৈ চুমা খালে এহাল প্ৰেমিক দম্পতীয়ে। তাৰ লগে লগে ছ’চিয়েল মিডিয়াত আৰম্ভ হ’ল হূলস্থূল। বিয়পি পৰিল ঘটনাৰ ভিডিঅ’।

ইয়াৰ পিছতেই সমগ্ৰ ছ’চিয়েল মিডিয়া এতিয়া দুটা গোটত বিভক্ত। এটা গোট, যিয়ে দম্পতীহালৰ কঠোৰ শাস্তিৰ দাবী কৰিছে। আন এটা গোটে তেওঁলোকৰ সমৰ্থনত তৰ্ক কৰিছে।

শেহতীয়াকৈ কলকাতা মেট্ৰ’ ষ্টেচনৰ পৰা ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল। কালিঘাট মেট্ৰ’ ষ্টেচনত থিয় হৈ চুমা খাই থকা দম্পতীক দেখা গৈছে। এই ভিডিঅ‘টো ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিল। এতিয়া মেট্ৰ’ ষ্টেচনত থিয় হৈ চুমা খোৱাটো উচিত নে ভুল সেই সম্পৰ্কে তীব্ৰ চৰ্চা চলিছে। ৰাজহুৱা স্থানত ঘনিষ্ঠতা ন্যায্য নে অশ্লীলতা তাকে লৈ চৰ্চা চলি আছে।

আৰক্ষীয়ে দাবী কৰে যে দম্পতীহালে একেবাৰেই সঠিক কাম কৰা নাছিল। অৱশ্যে একাংশই ইয়াৰ বিৰুদ্ধে তীব্ৰভাৱে লিখিছে, ইয়াত কোনো নগ্নতা বা অশ্লীলতা নাই। কাৰোবাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰাটো অপৰাধ হ’ব নোৱাৰে।

একে সময়তে কোনোবাই যুক্তি দিছে যে যদি কোনোবাই ৰাজপথত কাজিয়া কৰে, তেন্তে তাক বাধা দিবলৈ কোনেও আগবাঢ়ি নাযায়। গতিকে প্ৰেমৰ প্ৰকাশত ক্ষতি ক‘ত?

একাংশই কৈছে যে যদি কোনোবাই পেৰিছৰ আইফেল টাৱাৰৰ সন্মুখত চুমা খাই, তেন্তে সকলোৱে কয় “কিমান ৰোমান্টিক!”  কলকাতা মেট্ৰ’ত চুমা খালে সকলোৱে ক’ব, “এইবোৰ অশ্লীলতা।”

মুঠৰ ওপৰত এটা চুমাক লৈ এতিয়া গৰম ভাৰতৰ সামাজিক মাধ্যম।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd