• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কলকাতা মেট্ৰ’ত থিয় হৈ প্ৰকাশ্যে চুম্বন : ভাইৰেল ভিডিঅ’ দেখি নেটিজেনৰ চকু কপালত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 18, 2024 7:00 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতা মেট্ৰ’ ষ্টেচনত থিয় হৈ সকলোৰে সন্মুখত মুকলিকৈ চুমা খালে এহাল প্ৰেমিক দম্পতীয়ে। তাৰ লগে লগে ছ’চিয়েল মিডিয়াত আৰম্ভ হ’ল হূলস্থূল। বিয়পি পৰিল ঘটনাৰ ভিডিঅ’।

ইয়াৰ পিছতেই সমগ্ৰ ছ’চিয়েল মিডিয়া এতিয়া দুটা গোটত বিভক্ত। এটা গোট, যিয়ে দম্পতীহালৰ কঠোৰ শাস্তিৰ দাবী কৰিছে। আন এটা গোটে তেওঁলোকৰ সমৰ্থনত তৰ্ক কৰিছে।

Apply Now

শেহতীয়াকৈ কলকাতা মেট্ৰ’ ষ্টেচনৰ পৰা ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল। কালিঘাট মেট্ৰ’ ষ্টেচনত থিয় হৈ চুমা খাই থকা দম্পতীক দেখা গৈছে। এই ভিডিঅ‘টো ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিল। এতিয়া মেট্ৰ’ ষ্টেচনত থিয় হৈ চুমা খোৱাটো উচিত নে ভুল সেই সম্পৰ্কে তীব্ৰ চৰ্চা চলিছে। ৰাজহুৱা স্থানত ঘনিষ্ঠতা ন্যায্য নে অশ্লীলতা তাকে লৈ চৰ্চা চলি আছে।

আৰক্ষীয়ে দাবী কৰে যে দম্পতীহালে একেবাৰেই সঠিক কাম কৰা নাছিল। অৱশ্যে একাংশই ইয়াৰ বিৰুদ্ধে তীব্ৰভাৱে লিখিছে, ইয়াত কোনো নগ্নতা বা অশ্লীলতা নাই। কাৰোবাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰাটো অপৰাধ হ’ব নোৱাৰে।

একে সময়তে কোনোবাই যুক্তি দিছে যে যদি কোনোবাই ৰাজপথত কাজিয়া কৰে, তেন্তে তাক বাধা দিবলৈ কোনেও আগবাঢ়ি নাযায়। গতিকে প্ৰেমৰ প্ৰকাশত ক্ষতি ক‘ত?

একাংশই কৈছে যে যদি কোনোবাই পেৰিছৰ আইফেল টাৱাৰৰ সন্মুখত চুমা খাই, তেন্তে সকলোৱে কয় “কিমান ৰোমান্টিক!”  কলকাতা মেট্ৰ’ত চুমা খালে সকলোৱে ক’ব, “এইবোৰ অশ্লীলতা।”

মুঠৰ ওপৰত এটা চুমাক লৈ এতিয়া গৰম ভাৰতৰ সামাজিক মাধ্যম।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

November 7, 2026 3:45 pm
লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

November 7, 2026 3:21 pm
হায়দৰাবাদৰ হোটেলত অঘটন, উদ্ধাৰ আমেৰিকান ব্যৱসায়ীৰ মৃতদেহ; মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য!

হায়দৰাবাদৰ হোটেলত অঘটন, উদ্ধাৰ আমেৰিকান ব্যৱসায়ীৰ মৃতদেহ; মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য!

November 7, 2026 1:34 pm
অনাদায়ী ঋণ ১২,৬৬৮ কোটি টকা; ভিডিঅ’কনৰ প্রাক্তন অধ্যক্ষ বেনুগোপালক দেউলীয়া ঘোষণা

অনাদায়ী ঋণ ১২,৬৬৮ কোটি টকা; ভিডিঅ’কনৰ প্রাক্তন অধ্যক্ষ বেনুগোপালক দেউলীয়া ঘোষণা

November 7, 2026 12:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

November 7, 2026 3:45 pm
লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

November 7, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd