• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আম্বেদকাৰৰ নামটোতে তেওঁলোকৰ এলাৰ্জী’, অমিত শ্বাহক কটাক্ষ তামিল ছুপাৰষ্টাৰ বিজয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2024 11:44 am
‘আম্বেদকাৰৰ নামটোতে তেওঁলোকৰ এলাৰ্জী’, অমিত শ্বাহক কটাক্ষ তামিল ছুপাৰষ্টাৰ বিজয়ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদত বি আৰ আম্বেদকাৰক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পিছত বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁৰ ভাষণৰ পিছতে আৰম্ভ হয় এক তুমুল বিতৰ্ক। কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে শ্বাহক তীব্ৰ সমালোচনা কৰিছে। ৰাজনৈতিক ক্ষেত্ৰখনত নতুনকৈ খোজ দিয়া তামিল ছুপাৰষ্টাৰ থালাপতি বিজয়ে এক মন্তব্যৰে গৃহমন্ত্ৰীক কটাক্ষ কৰিলে। তেওঁ কয়, “আম্বেদকাৰৰ নামটোতে তেওঁলোকৰ এলাৰ্জি।”

মঙলবাৰে ৰাজ্যসভাত সংবিধান সন্দৰ্ভত বিতৰ্কৰ সময়ত শ্বাহে কয়, ‘এতিয়া এটা ফেশ্বন হৈছে – আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ। ইমানবাৰ যদি ভগবানৰ নাম লোৱা হ’লহেঁতেন তেন্তে সাত জনম স্বৰ্গবাস হ’লহেঁতেন।”

একে সময়তে তেওঁ এই প্ৰশ্ন কৰে, “তেওঁৰ নাম (বি আৰ আম্বেদকাৰ) ১০০ বাৰ উল্লেখ কৰিলেও তেওঁৰ প্ৰতি আপোনাৰ কি অনুভৱ আছিল? অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ প্ৰতি চৰকাৰে কৰা ব্যৱহাৰত আম্বেদকাৰ সুখী নাছিল।” এই মন্তব্যৰ পিছতে আৰম্ভ হয় এক তুমুল বিতৰ্ক।

বুধবাৰে শ্বাহৰ এই মন্তব্যৰ বিৰুদ্ধে কটাক্ষ কৰি দক্ষিণৰ অভিনেতাগৰাকীয়ে এক্স হেণ্ডেলে লিখিছে, ‘বি আৰ আম্বেদকাৰৰ নামত কিছুমান মানুহৰ এলাৰ্জী আছে। আম্বেদকাৰ এজন অতুলনীয় ৰাজনীতিবিদ আৰু বুদ্ধিজীৱী। তেওঁ সকলো ভাৰতীয়ৰ মাজত স্বাধীনতাৰ মনোভাৱ জাগ্ৰত কৰিছিল। আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ…আহক আমি অন্তৰত আনন্দৰে তেওঁৰ নাম জপ কৰো।’

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এক বিৰাট চমক দিছিল থালাপতি বিজয়ে।  তেওঁ ‘তামিলাগা ভেত্ৰী কোঝাগাম’ নামেৰে নিজাকৈ ৰাজনৈতিক দল আৰম্ভ কৰাৰ বিষয়ে অৱগত কৰিছিল। তেওঁ লগতে ঘোষণা কৰিছিল যে তেওঁ অতি সোনকালে ছবি জগতক বিদায় দি নিজৰ ৰাজনৈতিক কেৰিয়াৰত মনোনিৱেশ কৰিব। অৱশ্যে লোকসভা নিৰ্বাচনত তেওঁ অংশগ্ৰহণ নকৰিলে। তেওঁৰ দৃষ্টি ২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত। ইতিমধ্যে প্ৰাথমিক পৰ্যায়ত থালাপতিৰ প্ৰস্তুতি আৰম্ভ হৈছে।

ইপিনে অমিত শ্বাহৰ ‘ফেশ্বন’ মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে বিৰোধী শিবিৰ। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে দাবী কৰিছে যে শ্বাহে সেই কথাবোৰ যিদৰে কৈছিল, তাত আম্বেদকাৰক অপমান কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীৰ সমান্তৰালকৈ বুধবাৰে গোটেই দিনটো বিৰোধী শিবিৰে বিভিন্ন ধৰণে বিক্ষোভ প্ৰদৰ্শন কৰে। বৃহস্পতিবাৰেও সংসদত এই প্ৰতিবাদ অব্যাহত থাকিব পাৰে।

ইতিমধ্যে তৃণমূল কংগ্ৰেছে অমিত শ্বাহৰ বিৰুদ্ধে বিশেষাধিকাৰ প্ৰস্তাৱ আনিছে। কংগ্ৰেছে কৈছে যে শ্বাহে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে। যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম্বেদকাৰক সন্মান কৰে তেন্তে অমিত শ্বাহক বৰ্খাস্ত কৰা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

August 16, 2025 4:52 pm
শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

August 16, 2025 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd