• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩১ জনীয়া সমিতি, সময় ৯০ দিন! জেপিচিয়ে চূড়ান্ত কৰিব ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক

by
December 19, 2024 4:15 pm
272
VIEWS
Share on FacebookShare on Twitter

১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক ‘এক দেশ এক ভোট’ মঙলবাৰে সংসদত দাখিল কৰা হয়।

কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে লোকসভাত উত্থাপন কৰে এই বিধেয়ক।

অৱশ্যে এই বিধেয়কখন অধিক আলোচনা আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে জেপিচি বা সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছে। সূত্ৰ অনুসৰি ৩ মাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গম পোৱা যাব।

মঙলবাৰে ই-ভোটিঙত বিধেয়কখনৰ সপক্ষে ২৬৯টা আৰু বিধেয়কৰ বিৰোধিতাত ১৯৮টা ভোট লাভ কৰে। নতুন লোকসভাত প্ৰথমবাৰৰ বাবে বৈদ্যুতিন ভোটিং ব্যৱহাৰ কৰা হয়।

বিধেয়কখনৰ বিষয়ে আলোচনাৰ বাবে ইতিমধ্যে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে। সূত্ৰ অনুসৰি এই কমিটীত লোকসভাৰ ২১জন আৰু ৰাজ্যসভাৰ ১০জন সদস্য থাকিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই সমিতিৰ সদস্যসকলক চূড়ান্ত কৰিব। উল্লেখ্য যে লোকসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ সপক্ষে যোৱাৰ সম্ভাৱনা বেছি।

যুটীয়া সংসদীয় সমিতিৰ কাৰ্যকাল বৰ্তমান ৯০ দিনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। বিধেয়ক দুখনত কোনো ধৰণৰ সংশোধনী বা সংযোজনৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে ৩১ জন সদস্যই পৰীক্ষা কৰিব। প্ৰয়োজন হ’লে সমিতিৰ সময়সীমা বৃদ্ধি কৰিব পাৰে।

ইয়াৰ পিছতে ভোটদানৰ বাবে লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন দাখিল কৰা হ’ব। দুয়োটা সদনে বিধেয়কখন গৃহীত হোৱাৰ পাছত নিয়ম অনুসৰি ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হ’ব। ৰাষ্ট্ৰপতিৰ সন্মতিৰ পিছতহে এই বিধেয়কখন আইনত পৰিণত হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd