• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশক বিধ্বস্ত কৰি ১৯ বছৰ অনুৰ্ধ মহিলা এছিয়া কাপত চেম্পিয়ন ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2024 1:22 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুৱক সকলে নোৱাৰিলে, এইবাৰ যুৱতীৰ দলে কৰি দেখুৱালে। ১৯ অনুৰ্ধৰ মহিলা এছিয়া কাপত ভাৰতে বাংলাদেশক পৰাস্ত কৰে। কুৱালালামপুৰত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ মহিলা এছিয়া কাপৰ ফাইনেলত ভাৰতে ৪১ ৰানত জয়লাভ কৰে।

ভাৰতৰ ১১৭ ৰান লক্ষ্য খেদি বাংলাদেশে মাত্ৰ ৭৬ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়। ফলত ভাৰতে প্ৰথম মহিলাৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপত জয়লাভ কৰে।

Apply Now

ছেমি ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত তেওঁলোকৰ সন্মুখত আছিল বাংলাদেশ। যুৱ দলৰ সফলতাৰ পাছত বাংলাদেশে আশা কৰিছিল যে যুৱতীৰ দলটোও চেম্পিয়ন হ’ব৷

ভাৰতে প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল। নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই তেওঁলোকে ১১৭ ৰান সংগ্ৰহ কৰে। গংগাদী তৃষাই সৰ্বাধিক ৰান সংগ্ৰহ কৰে। এই অ’পেনাৰগৰাকীয়ে ৫২ ৰান সংগ্ৰহ কৰে। তেওঁৰ আশেপাশে কোনেও ৰান কৰিব পৰা নাছিল। মিথিলা বিনোদে ১৭ ৰান সংগ্ৰহ কৰে।

বাংলাদেশৰ হৈ ফাৰ্জানা ইয়াছমিনে ৪টা উইকেট দখল কৰে। নিশিতা আখতাৰ নিশিয়ে দুটা উইকেট দখল কৰে। হাবিবা ইছলামে দখল কৰে এটা উইকেট।

ৰান অনুসৰণ কৰি ১১ জন বাংলাদেশী বেটাৰৰ ভিতৰত মাত্ৰ দুগৰাকীয়েহে দুটা সংখ্যাৰ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ফাহোমিদাই ১৮ আৰু জুয়াইৰিয়া ফিৰদৌছে ২২ ৰান সংগ্ৰহ কৰে।

ভাৰতীয় বলাৰৰ পৰাক্ৰমত বাংলাদেশে ১৮.৩ অভাৰতে ৭৬ ৰান সংগ্ৰহ কৰি আউট হৈ যায়। আয়ুষী শুক্লাই তিনিটা, পাৰুণিকা চিছ’দিয়া আৰু সোণম যাদৱে দুটাকৈ উইকেট দখল কৰে। ভিজে যোশিতাই এটা উইকেট লাভ কৰে।

𝗕𝗢𝗪 𝗗𝗢𝗪𝗡 𝗧𝗢 𝗧𝗛𝗘 𝗖𝗛𝗔𝗠𝗣𝗜𝗢𝗡𝗦! 🏆

Presenting the winners of the inaugural edition of the #ACCWomensU19AsiaCup 2024 – India Women U19! 🇮🇳#ACC #INDWvsBANW pic.twitter.com/W7FGXyQDfE

— AsianCricketCouncil (@ACCMedia1) December 22, 2024

১৯ বছৰ অনুৰ্ধৰ মহিলাৰ বাবে এয়া প্ৰথম এছিয়া কাপ জয়। এইবাৰ আৰম্ভ হৈছিল টি-২০ ফৰ্মেটত। এইবাৰ আয়োজক দল আছিল মালয়েছিয়া আৰু নেপাল। ৬ টা দলৰ এই প্ৰতিযোগিতাখনত ভাৰতে শেষ হাঁহি মাৰিলে। ১৯ বছৰ অনুৰ্ধ মহিলা এছিয়া কাপৰ প্ৰথম ছিজনত সৰ্বাধিক ৰান সংগ্ৰহ কৰে ভাৰতৰ গংগাদী তৃষাই (১৫৯)। আয়ুষী শুক্লাই সৰ্বাধিক উইকেট (১০) দখল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd