• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নদীৰ সৈতে নদীৰ সংযোগ! পৰিৱেশবিদৰ সতৰ্কবাণীক আওকাণ কৰি মোদীৰ পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 9:45 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত উপস্থিত হৈ এক ঐতিহাসিক নদী সংযোগ প্ৰকল্প – কেন-বেতোয়া নদী সংযোগ প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পটো ভাৰতৰ নদী ব্যৱস্থাপনা আৰু জল সংৰক্ষণৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে দেখা গৈছে। কিন্তু উদ্বোধনৰ পিছৰে পৰা এই প্ৰকল্পটোৱে বিশেষকৈ কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ বিৰোধিতাৰ লগতে বিভিন বিৰোধৰ সন্মুখীন হৈছে।

কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দল আৰু পৰিৱেশবিদসকলে এই প্ৰকল্পৰ বিৰুদ্ধে লিখিত আপত্তি প্ৰকাশ কৰিছে। তেওঁলোকে আশংকা কৰে যে এই প্ৰকল্পটো কাৰ্যকৰী হ’লে প্ৰকৃতিৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষতিকাৰক প্ৰভাৱ আৰু অধিক ভয়াৱহ হ’ব পাৰে।

Apply Now

বিশেষকৈ নদীৰ সংযোগীকৰণৰ ফলত স্থানীয় পৰিৱেশ, প্ৰাণী আৰু কৃষিৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত পৰিৱেশৰ প্ৰতি ভাবুকি আহি পৰে। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে সকলো বিৰোধিতা আওকাণ কৰি প্ৰকল্পটো উদ্বোধন কৰি ইয়াৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে।

লগতে পঢ়কঃ নিৰ্বাচনী প্ৰতিবাদৰ মাজতে মোজাম্বিকৰ কাৰাগাৰৰ পৰা পলায়ন ডেৰ হাজাৰৰো অধিক কয়দীৰ

নদী সংযোগৰ প্ৰথম পৰিকল্পনা প্ৰস্তুত কৰা প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনত প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পটো উদ্বোধন কৰে। অটল বিহাৰী বাজপেয়ীয়ে ২০০২ চনত এই ধাৰণাটো উত্থাপন কৰিছিল, আৰু তেওঁৰ কাৰ্যকালত প্ৰথমবাৰৰ বাবে নদীৰ আন্তঃসংযোগৰ খচৰা প্ৰস্তুত কৰা হৈছিল। ই আছিল এক অগ্ৰগতি, যিয়ে দেশৰ নদী ব্যৱস্থাপনা আৰু জলবায়ুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এক নতুন দিগন্ত মুকলি কৰাত সহায় কৰিব। আজি ২২ বছৰৰ পাছত সেই প্ৰস্তাৱিত পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে মোডী চৰকাৰ।

এই প্ৰকল্পৰ মূল উদ্দেশ্য দেশৰ বিভিন্ন নদীক সংযোগ কৰি জলসিঞ্চন ব্যৱস্থা শক্তিশালী কৰা আৰু খৰাং সদৃশ পৰিস্থিতিত পানীৰ নাটনি দূৰ কৰা। বিশেষকৈ মধ্যপ্ৰদেশৰ কৃষকসকলৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ, কিয়নো ৰাজ্যৰ বহু অঞ্চলত পানী জমা হোৱাৰ বাবে কৃষিক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। এই প্ৰকল্পৰ জৰিয়তে বৃহত্তৰ অঞ্চললৈ পানী যোগান ধৰাৰ লগতে জলসিঞ্চন ব্যৱস্থাৰ উন্নতি সাধন কৰা হ’ব।

প্ৰকল্পটোৰ পৰিৱেশ প্ৰভাৱক লৈ বিৰোধীসকল চিন্তিত হৈ থকাৰ সময়তে মোদী চৰকাৰে দাবী কৰিছে যে ই সম্পূৰ্ণৰূপে পৰিকল্পিত আৰু উপযুক্ত পৰিৱেশ অনুমোদনৰ অধীনত কাৰ্যকৰী কৰা হ’ব। চৰকাৰৰ মতে, এই প্ৰকল্পই কেৱল কৃষকসকলৰেই নহয়, দীৰ্ঘম্যাদীভাৱে দেশৰ অৰ্থনীতি আৰু পৰিৱেশৰ বাবেও লাভৱান হ’ব। চৰকাৰৰ দাবী যে এই প্ৰকল্প ৰূপায়ণ হ’লে কৃষকৰ শস্য উৎপাদন বৃদ্ধি পাব আৰু সমগ্ৰ দেশতে পানী বিতৰণ ব্যৱস্থাও উন্নত হ’ব।

লগতে পঢ়কঃ উত্তৰ দিশলৈ মূৰ ৰাখি কিয় শুব নালাগে? কেৱল শাস্ত্ৰই নহয়, বিজ্ঞানেও কয়…

কিন্তু বিৰোধীয়ে প্ৰকাশ কৰা উদ্বেগ বুজিব পৰা যায়। বিশেষজ্ঞসকলে কয় যে নদীৰ সংযোগীকৰণৰ ফলত নদীসমূহৰ প্ৰতিবন্ধকতা আৰু ইয়াৰ প্ৰাকৃতিক প্ৰবাহৰ পৰিৱৰ্তন হ’ব পাৰে, যাৰ ফলত পৰিৱেশৰ অভাৱনীয় ক্ষতি হ’ব পাৰে। এই প্ৰকল্প ৰূপায়ণৰ পূৰ্বে সকলো প্ৰাসংগিক পৰিৱেশ অধ্যয়ন আৰু পৰ্যালোচনা প্ৰক্ৰিয়া নিশ্চিত কৰা জৰুৰী।

এই প্ৰকল্পৰ উদ্বোধনে সমগ্ৰ দেশতে ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে। এফালে বিজেপি আৰু সমৰ্থকসকলে ইয়াক এক ঐতিহাসিক পদক্ষেপ হিচাপে গণ্য কৰাৰ বিপৰীতে বিৰোধীয়ে ইয়াক চৰকাৰৰ গণতান্ত্ৰিক শৃংখলা ভংগ আৰু প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি অৱজ্ঞা বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd