• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰেন্সচেক্সুৱেলৰ সৈতে প্ৰেম! সন্তানৰ সিদ্ধান্ত মানি ল’ব নোৱাৰি নিজকে শেষ কৰিলে পিতৃ-মাতৃয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 5:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰ প্ৰদেশৰ এজন যুৱকে ট্ৰেন্সচেক্সুৱেল বন্ধুক বিয়া কৰাবলৈ লোৱা সিদ্ধান্ত মানি ল’ব নোৱাৰি যুৱকজনৰ পিতৃ-মাতৃয়ে আত্মহত্যা কৰে। অন্ধ্ৰ প্ৰদেশৰ নন্দিয়াল জিলাত সংঘটিত হৈছে এই ঘটনা। মৃত দম্পতীক চুব্বা ৰায়ুডু (৪৫) আৰু সৰস্বতী ৰায়ুডু (৩৮) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে আদবয়সীয়া দম্পতীহালৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

সঠিকভাৱে কি হৈছিল সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। নন্দিয়ালৰ মহকুমা আৰক্ষী বিষয়া পি শ্ৰীনিবাস ৰেড্ডীয়ে জনোৱা মতে, মৃত দম্পতীহালৰ পুত্ৰ বিগত তিনি বছৰ ধৰি স্থানীয় ট্ৰেন্সচেক্সুৱেল গোটৰ সৈতে জড়িত হৈ আছিল। এজন ট্ৰেন্সচেক্সুৱেলৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল। মাক-দেউতাকৰ এই কথা পছন্দ নোহোৱাৰ বাবে পুত্ৰৰ লগত কেইবামাহো ধৰি কাজিয়া হৈছিল।

Apply Now

যুৱকজনৰ পিতৃ-মাতৃয়েও পুত্ৰৰ বিয়াৰ বাবে কইনা চোৱাচিতা কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু সেই কথাত তৰুণ মান্তি হোৱা নাছিল। শেহতীয়াকৈ তেওঁৰ পিতৃ-মাতৃয়ে এগৰাকী যুৱতীৰ সৈতে তেওঁৰ বিয়াৰ ব্যৱস্থা কৰিলে। বিবাহৰ প্ৰস্তাৱ নাকচ কৰি তেওঁ এজন যুৱক আৰু ট্ৰেন্সচেক্সুৱেল বন্ধুৰ লগত থাকিবলৈ আৰম্ভ কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এই লৈ পৰিয়ালটোত প্ৰায়ে অশান্তিৰ সৃষ্টি হৈছিল। কেতিয়াবা সেই যুৱকজনেও আত্মহত্যাৰ চেষ্টা কৰিছিল। এনে পৰিস্থিতিত বৃহস্পতিবাৰে আৰক্ষীয়ে যুৱকজনৰ পিতৃ-মাতৃৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে অনুমান কৰে যে পৰিয়ালটোত চলি থকা অস্থিৰতাৰ বাবেই দম্পতীহালে আত্মহত্যাৰ সিদ্ধান্ত লৈছিল।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰে যে যুৱকজনে স্থানীয় ট্ৰেন্সচেক্সুৱেল গোটৰ সদস্যৰ পৰাও কিছু ধন লৈছিল। মুঠতে তেওঁ প্ৰায় ডেৰ লাখ টকা ধাৰ লৈছিল। আৰক্ষীৰ সূত্ৰৰ মতে, ঋণ পৰিশোধ কৰিবলৈ পৰিয়ালটোৰ ওপৰত হেঁচা আহিছিল। সেই ক্ষেত্ৰত আৰক্ষীয়ে আৰ্থিক চাপৰ বিষয়টোও তদন্তৰ অধীনত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd