• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

মাত্ৰ ১৩ হাজাৰ টকাৰ দৰমহা! অফিচৰ ধন চুৰি কৰি প্ৰেয়সীক ফ্লেট, BMW উপহাৰ যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 6:08 pm
মাত্ৰ ১৩ হাজাৰ টকাৰ দৰমহা! অফিচৰ ধন চুৰি কৰি প্ৰেয়সীক ফ্লেট, BMW উপহাৰ যুৱকৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বে ১৩ হাজাৰ টকাৰ দৰমহাত চৰকাৰী ক্ৰীড়া কমপ্লেক্সত কাম কৰিছিল যুৱকজনে। কিন্তু তেওঁ প্ৰেমিকাক উপহাৰ দিলে ৪ বিএইচকে ফ্লেট, বিএমডব্লিউ। মহাৰাষ্ট্ৰৰ এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হৰ্শল কুমাৰ নামৰ যুৱকজনে ছাত্ৰপতি সম্ভাজীনগৰৰ চৰকাৰী ক্ৰীড়া কমপ্লেক্সত কাম কৰিছিল। এই ২৩ বছৰীয়া যুৱকে কোম্পানীটোৰ পৰা ২১ কোটি টকা চুৰি কৰিলে! ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ এগৰাকী সহযোগী যশোদা শ্বেট্টী আৰু তেওঁৰ স্বামী জীৱনক গ্ৰেপ্তাৰ কৰিছে। এই প্ৰৱঞ্চনাত হৰ্ষলক তেওঁলোকে সহায় কৰা বুলি দাবী কৰে আৰক্ষীয়ে।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে হৰ্ষলে কোম্পানীটোৰ পুৰণি লেটাৰহেড ব্যৱহাৰ কৰি বেংকটোক ইমেইল কৰি কোম্পানীটোৰ ইমেইল একাউণ্ট সলনি কৰিবলৈ অনুৰোধ জনাইছিল। হৰ্ষলে আচলতে নিজে আন এটা ইমেইল একাউণ্ট খুলি অফিচৰ ঠিকনাৰ লগত লিংক কৰিলে। মূল ইমেইল ঠিকনাটোৰ লগত মাত্ৰ এটা আখৰৰ পাৰ্থক্য আছিল। বেংকে নতুন ইমেইলটো কোম্পানী একাউণ্টৰ সৈতে লিংক কৰাৰ লগে লগে তেওঁ কোম্পানীটোৰ সকলো অ’টিপি আৰু অন্যান্য তথ্য লাভ কৰি আছিল।

ইয়াৰ পিছত হৰ্ষলে কমেও ১৩টা বেংক একাউণ্ট খুলি যোৱা ১ জুলাইৰ পৰা ৭ ডিচেম্বৰৰ ভিতৰত ২১.৬ কোটি টকা ট্ৰেন্সফাৰ কৰে। অফিচৰ একাউণ্টত ইণ্টাৰনেট বেংকিং সেৱা খুলি এই কাম কৰিছিল। আৰক্ষীয়ে গম পালে যে এই টকাৰে তেওঁ প্ৰেমিকাক ৪ বি এইচ কেৰ ফ্লেট, ১.২ কোটি টকাৰ BMW গাড়ী উপহাৰ দিছিল। ইয়াৰ উপৰিও হৰ্শলে ১.৩ কোটি টকাৰ গাড়ী, ৩২ লাখ টকাৰ BMW বাইক ক্ৰয় কৰিছিল।

আৰক্ষীৰ মতে, হৰ্ষল আৰু বাকী দুজনৰ বাহিৰেও এই ঘটনাত কাৰ্যালয়ৰ আন বহু লোক জড়িত হৈ আছে। ইতিমধ্যে হৰ্শলে ক্ৰয় কৰা সকলো সম্পত্তি জব্দ কৰা হৈছে। কিন্তু হৰ্ষলক এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই। তেওঁৰ কাৰ্যালয়ৰ বিত্তীয় লেনদেনত জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষীৰ তদন্তৰ সময়ত এই ঘটনা পোহৰলৈ আহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

August 27, 2025 3:06 pm
আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

August 27, 2025 1:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

August 27, 2025 3:06 pm
আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd