• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী টাৱাৰ ভাঙি তিনি শ্ৰমিকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 7:42 pm
574
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগত হাই ভল্টেজৰ বিদ্যুৎ টাৱাৰ ভাঙি ৩জন শ্ৰমিকৰ মৃত্যু হয়। ঘটনাৰ সময়ত তেওঁলোকে টাৱাৰটোৰ সংস্কাৰৰ কাম কৰি আছিল। কিন্তু হঠাৎ ভাঙি পৰিল। বিশাল টাৱাৰটো খহি পৰাৰ ৩জন  লোকৰ থিতাতে মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি এই ঘটনাত আৰু কেইবাজনো লোক আহত হৈছে।

মধ্যপ্ৰদেশৰ সিধি জিলাৰ আমদাদ গাঁৱত এই ঘটনা সংঘটিত হয়। তাত বংগৰ তিনিজন শ্ৰমিকে প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰি আছিল। তেওঁলোকৰ নাম আৰু পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। পিটিআইৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে পুৱাৰে পৰা টাৱাৰটোত শ্ৰমিকসকলে কাম কৰি আছিল। টাৱাৰটো সলনি কৰা হৈছিল। পুৰণি টাৱাৰটো আঁতৰাই সেই ঠাইত নতুন টাৱাৰটো স্থাপন কৰা হৈছিল। নিশা প্ৰায় ১২:৩০ বজাত হঠাতে এটা টাৱাৰ ভাঙি যায়। টাৱাৰটো ইমান সোনকালে ভাঙি গ’ল যে শ্ৰমিকসকলে ইয়াৰ পৰা আঁতৰি যাবলৈও সময় নাপালে।

টাৱাৰ ভাঙি থিতাতে মৃত্যু হয় দুজন লোকৰ। চিকিৎসালয়লৈ নিয়াৰ সময়তে আন এজন ব্যক্তিৰ মৃত্যু হয়। তিনিওজনেই পশ্চিম বংগৰ বাসিন্দা বুলি জানিব পৰা গৈছে। কিন্তু কোন জিলাৰ পৰা মধ্যপ্ৰদেশত কাম কৰিবলৈ গৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ছিধিৰ আৰক্ষী অধীক্ষক ৰবীন্দ্ৰ ভাৰ্মাই জানিবলৈ দিয়া মতে, এই ঘটনাত মুঠ আহত লোকৰ সংখ্যা হৈছে ৬ জন। আহত কেইজন ৰেৱা জিলাৰ সঞ্জয় গান্ধী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। মৃত লোক কেইজন পশ্চিমবংগৰ কোনখন জিলাৰ বাসিন্দা, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সেই অনুসৰি তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হ’ব।

Recent News

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd