• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহিলা কয়দীক দিয়া হ’ব চেম্পু, হেয়াৰ ৰিমুভেল ক্ৰীম! কিন্তু ক’ত এই ঘটনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2024 5:09 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰ পৰা মধ্যপ্ৰদেশৰ সকলো সংশোধনী কেন্দ্ৰই মহিলা কয়দীৰ বাবে শ্বেম্পু, ৱেক্সিং ক্ৰীমৰ ব্যৱস্থা কৰিব। এই সিদ্ধান্ত ৰাজ্যৰ কাৰাগাৰ বিভাগে গ্ৰহণ কৰে। মধ্যপ্ৰদেশৰ মহিলা কাৰাগাৰৰ বন্দীক প্ৰদান কৰা এইটোৱেই প্ৰথম এনে সুবিধা। নতুন বছৰৰ আৰম্ভণিৰ পৰা মধ্যপ্ৰদেশৰ সংশোধনী কেন্দ্ৰৰ মহিলা কয়দীসকলে এই সুবিধা লাভ কৰিব।

মধ্যপ্ৰদেশ কাৰাগাৰ বিভাগৰ তথ্য অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে যাতে মহিলা কয়দীসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়ম মানি চলিব পাৰে। নতুন বছৰৰ পৰা সপ্তাহত এবাৰ শ্বেম্পু লাভ কৰিব মহিলা কয়দীসকলে। তেওঁলোকক প্ৰতিমাহে এবাৰকৈ দিয়া হ’ব হেয়াৰ ৰিমুভেল ক্ৰীম। ইয়াৰ উপৰিও কাৰাগাৰ বিভাগে কয়দীসকলৰ খাদ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছে। নতুন বছৰৰ পৰা মহিলা কয়দীসকলক তেওঁলোকৰ খাদ্যৰ সৈতে চালাড দিয়া হ’ব। কাৰাগাৰ বিভাগৰ সূত্ৰ অনুসৰি দৈনিক গাখীৰ, চাহ, দালি আৰু তেলৰ আবণ্টনও কিছু পৰিমাণে বৃদ্ধি কৰা হৈছে।

Apply Now

কাৰাগাৰ বিভাগৰ সূত্ৰ অনুসৰি এই নিয়ম তিনিমাহ পূৰ্বে প্ৰৱৰ্তন কৰাৰ কথা আছিল। মধ্যপ্ৰদেশ কাৰাগাৰ বিভাগে গান্ধী জয়ন্তীৰ পৰা মহিলা কয়দীৰ বাবে এই ব্যৱস্থা ২ অক্টোবৰত প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বিভিন্ন কাৰণত পলম হ’ল। অৱশেষত ১ জানুৱাৰীৰ পৰা মহিলা কয়দীসকলক এই সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ উপৰিও ৰাজ্যৰ কাৰাগাৰ বিভাগেও কেনেদৰে কাৰাগাৰত আৱাসীৰ ভিৰ কমাব পাৰি সেই বিষয়েও চিন্তা-চৰ্চা কৰিছে। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি মধ্যপ্ৰদেশৰ কাৰাগাৰত বৰ্তমান ৪৩ হাজাৰ কয়দী আছে। কিন্তু ৩৬ হাজাৰ কয়দীক ৰখাৰ সুবিধা আছে। এই অতিৰিক্ত কয়দীসকলৰ হেঁচা মোকাবিলা কৰিবলৈ কি পদক্ষেপ ল’ব পাৰি তাৰ এক গ্ৰহণযোগ্য সমাধান বিচাৰিছে মধ্যপ্ৰদেশ চৰকাৰে।

দেশৰ বিভিন্ন কাৰাগাৰত অতিমাত্ৰা ভিৰ সমস্যা। শেহতীয়াকৈ বোম্বাই উচ্চ ন্যায়ালয়ে বম্বে কেন্দ্ৰীয় কাৰেকচনেল ফেচিলিটি (পূৰ্বৰ আৰ্থাৰ ৰোড জেল) কৰ্তৃপক্ষক প্ৰতিবেদন দাখিল কৰে। খবৰ অনুসৰি কাৰাগাৰত এটা সময়ত ৫০ জন কয়দীৰ বাবে ঠাই আছে। কিন্তু আছে ২০০-২২০ জন কয়দী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd