• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আল্লুৰ জামিন গোচৰৰ ৰায়দানৰ দিন পিছুৱালে আদালতেঃ কি ক’লে আদালতে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2024 7:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিনেতা আল্লু অৰ্জুনৰ জামিন গোচৰৰ ৰায় স্থগিত ৰাখিলে তেলেংগানা আদালতে। ‘পুষ্পা ২: দ্য ৰুল’ মুক্তিৰ আগনিশা হায়দৰাবাদৰ এখন থিয়েটাৰত পদপিষ্ট হৈ মৃত্যুৰ গোচৰত জামিনৰ বাবে আবেদন জনাইছিল আল্লুৱে। ৩ জানুৱাৰীত ঘোষণা হ’ব পাৰে গোচৰৰ ৰায়দান। সোমবাৰে শুনানিৰ অন্তত এই মন্তব্য আদালতে।

ইয়াৰ পূৰ্বে চিক্কাদাপল্লী আৰক্ষীয়ে অভিনেতাজনৰ জামিনৰ বিৰুদ্ধে আপত্তি কৰি প্ৰতি অভিযোগ দাখিল কৰিছিল। সোমবাৰে তেলেংগানাৰ নমাপল্লী আদালতত আল্লুৰৰ আইনী দলে নিজৰ বক্তব্য প্ৰদান কৰে। প্ৰাসংগিক প্ৰমাণো দাঙি ধৰা হয়। দুয়োপক্ষৰ বক্তব্য শুনানি গ্ৰহণ কৰি আদালতে কয় যে অহা শুকুৰবাৰে এই গোচৰৰ ৰায় ঘোষণা কৰা হ’ব। আনহাতে, অভিনেতাগৰাকীৰ জেল কাষ্টডিৰ গোচৰো ১০ জানুৱাৰীলৈ স্থগিত ৰখা হৈছে।

Apply Now

যোৱা শুকুৰবাৰৰ শুনানিৰ সময়ত আল্লুৱে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে আদালতত হাজিৰ হৈছিল। হায়দৰাবাদ কাণ্ডত গ্ৰেপ্তাৰ হোৱাৰ পাছত এই আদালতত হাজিৰ কৰা হৈছিল অভিনেতাজনক। ন্যায়াধীশে ১৪ দিনৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। পৰৱৰ্তী সময়ত তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। কিন্তু নিম্ন আদালতৰ নিৰ্দেশৰ ভিত্তিত আল্লুৱে এৰাতি জেলত কটাবলগীয়া হ’ল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মুকলি কৰি দিয়াৰ পাছতো নিম্ন আদালতত এতিয়াও চলি আছে আলুৰৰ জামিন গোচৰ। শুকুৰবাৰে সেই গোচৰৰ ৰায়দান কৰিব আদালতে।

যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২: দ্য ৰুল’ৰ প্ৰিমিয়াৰত সংঘটিত হয় এই দুৰ্ঘটনা। নিশা প্ৰায় ৮ বজাত অভিনেতাগৰাকীয়ে ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত হোৱাৰ লগে লগে ভিৰ লাগে। ভিৰৰ মাজত ভৰিৰে মোহাৰি মৃত্যু হয় এগৰাকী ৩৫ বছৰীয়া মহিলাৰ। তেওঁৰ ৯ বছৰীয়া পুত্ৰও গুৰুতৰভাৱে আহত হয়। তেওঁৰ অৱস্থা এতিয়াও সংকটজনক। ঘটনাৰ পাছতে অভিনেতাজনক গ্ৰেপ্তাৰ কৰা হয়। দিনটোৰ পৰিঘটনাবোৰত অভিনেতাজনৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। বৰ্তমান জামিনত মুক্ত হ’লেও আল্লুৱে কেইবাবাৰো আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছে। অৱশ্যে শিশুটিৰ পিতৃয়ে জনোৱা মতে, ঘটনাৰ পিছদিনাৰে পৰা আল্লুৱে পৰিয়ালৰ কাষত থিয় দিছে। তেওঁ সেই পৰিয়ালটোক দুই কোটি টকাৰ আৰ্থিক সাহায্যৰ লগতে প্ৰতিশ্ৰুতিও দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd