• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০২৫ চনৰ আৰম্ভণিতে দেখা যাব ‘গ্ৰহৰ পেৰেড’, ভাৰতৰ পৰা কেনেকৈ দেখা যাব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2025 9:55 am
411
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰৰ আৰম্ভণিতে সংঘটিত হ’বলৈ ওলাইছে জ্যোতিৰ্বিজ্ঞানৰ এক আচৰিত ঘটনা। মহাকাশৰ কাৰ্যকলাপৰ প্ৰতি আগ্ৰহীসকলে চলিত বৰ্ষৰ আৰম্ভণিতে পেৰেড অৱ প্লেনেটছ চাব পাৰিব! হয়, ইয়াক প্লেনেটেৰী পেৰেড বুলিও কোৱা হয়। সকলো গ্ৰহ এডাল সৰলৰেখাত দৃশ্যমান হ’লে এই পৰিঘটনা ঘটে। সিহঁতক চালে পেৰেডত খোজ কাঢ়ি যোৱা যেন লাগে। সেইবাবেই ইয়াক প্লেনেটেৰী পেৰেড বুলি কোৱা হয়। ভাৰতত এই পেৰেড কেতিয়া কেনেকৈ চাব জানো আহক।

প্লেনেটেৰী পেৰেড কি? গ্ৰহবোৰৰ এটা বিশেষ অৱস্থানৰ সময়ত গ্ৰহৰ পেৰেডসমূহ গঠন হয়। পৃথিৱীকে ধৰি বহু গ্ৰহ যেতিয়া সূৰ্য্যৰ এটা ফালে আহে, তেতিয়া আকাশত এটা ৰেখা দেখা দিয়ে, যাক গ্ৰহৰ প্ৰান্তিককৰণ বোলা হয়। ইয়াৰ নাম প্লেনেটাৰী পেৰেড।

গ্ৰহৰ পেৰেড (Planetary Parade) কেতিয়া হ’ব? এই বছৰ অৰ্থাৎ ২০২৫ চনত দুবাৰকৈ গ্ৰহৰ পেৰেড দেখা যাব। প্ৰথমবাৰ কেৱল জানুৱাৰী মাহতহে দেখা যাব আৰু দ্বিতীয়বাৰ মাৰ্চ মাহত দেখা যাব।

প্লেনেটেৰী পেৰেড জানুৱাৰী ২০২৫

২১ জানুৱাৰীৰ পৰা প্ৰায় চাৰি সপ্তাহৰ বাবে মহাকাশত ৬টা গ্ৰহৰ পেৰেড দেখা যাব। এই পেৰেডত অন্তৰ্ভুক্ত হ’ব শুক্ৰ, মংগল, বৃহস্পতি, শনি, নেপচুন আৰু ইউৰেনাছ গ্ৰহ। এই সময়ছোৱাত এই সকলোবোৰ গ্ৰহ একেলগে দেখা যাব। নাছাৰ তথ্য অনুসৰি শুক্ৰ, মংগল, বৃহস্পতি আৰু শনি গ্ৰহক যন্ত্ৰৰ অবিহনে দেখা যায় যদিও নেপচুন আৰু ইউৰেনাছক চাবলৈ টেলিস্কোপৰ প্ৰয়োজন হ’ব।

ভাৰতত কেতিয়া দেখা যাব প্লেনেট পেৰেড?

যদি আপুনি ভাৰতৰ পৰা এই গ্ৰহৰ পেৰেড চাব বিচাৰে তেন্তে ২১ জানুৱাৰীৰ পিছত চাব পাৰিব। ইয়াৰ সময় নিশা ৮:৩০ বজাৰ পিছত দেখা পোৱা যাব বুলি কোৱা হৈছে। কিন্তু এই দৃশ্যপট ভাৰতকে ধৰি বিশ্বৰ সকলো ঠাইতে সমানে দেখা পোৱা যাব।

প্লেনেটৰী পেৰেড মাৰ্চ ২০২৫

২০২৫ চনৰ মাৰ্চ মাহত দ্বিতীয়টো প্লেনেটৰী পেৰেড দেখা যাব। এই পেৰেডত বুধ, শুক্ৰ, মংগল, বৃহস্পতি, শনি, নেপচুন, ইউৰেনাছ গ্ৰহ অন্তৰ্ভুক্ত হ’ব। ৮ মাৰ্চ এই পেৰেড চোৱাৰ বাবে আটাইতকৈ ভাল সময়।

Recent News

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd