• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত সমস্যা সমাধানৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণেৰে চি পি আই (এম)ৰ ৰাজ্যিক সন্মিলনৰ সামৰণি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 8, 2025 10:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৫ জানুৱাৰী, ২০২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা চি পি আই (এম) ৰ ৰাজ্যিক সন্মিলনৰ আজি সফল পৰিসমাপ্তি ঘটে।অসমৰ জিলাসমূহক প্ৰতিনিধিত্ব কৰি ৩৪৫ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা উক্ত সন্মিলনত ৬৭ জন প্ৰতিনিধিয়ে ৭ ঘন্টা ধৰি ৰাজনৈতিক প্ৰস্তাৱ, সাংগঠনিক প্ৰতিবেদন আৰু বিভিন্ন প্ৰস্তাৱৰ ওপৰত আলোচনা কৰে আৰু আগন্তুক দিনৰ কৰ্মপন্থা নিৰ্ধাৰণ কৰে। অসম বিৰোধী, সাম্প্ৰদায়িক আৰু দেশৰ সংবিধান বিৰোধী বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত ২০২৬ত সকলো বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ পৰিকল্পনা এই সন্মিলনত গ্ৰহণ কৰা হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচন,বিটিচি নিৰ্বাচন আৰু ২০২৬চনৰ বিধান সভা নিৰ্বাচনত বিজেপিক পৰাস্ত আৰু বাঁওপন্থীৰ প্ৰতিনিধিৰ সংখ্যা বৃদ্ধি কৰিবলৈ চিপিআই(এম)-এ সৰ্বশক্তি প্ৰয়োগ কৰিব।এ চি পি আই (এম) -এ সমগ্ৰ অসমতে তৃণমূল পৰ্যায়ত ব্যাপক গণআন্দোলন সংগঠিত কৰিব আৰু বাওঁ বিকল্প জনগণৰ সন্মুখত তুলি ধৰিব।

২৪ সংখ‍্যক অসম ৰাজ‍্যিক সন্মিলনে কমৰেড সুপ্ৰকাশ তালুকদাৰক পুনৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰে। এই সন্মিলনে ৫০ গৰাকী সদস্যৰে ৰাজ্যিক কমিটি আৰু ১৩ জনীয়া সম্পাদকমণ্ডলী গঠন কৰে।

নৱনিৰ্বাচিত সম্পাদকমণ্ডলীৰ সদস্যসকল হৈছে সুপ্রকাশ তালুকদাৰ, ইচ্‌ফাকুৰ ৰহমান, মনোৰঞ্জন তালুকদাৰ ,টিকেন দাস,অজিত দাস,নয়ন ভূঞা,তপন শৰ্মা,গজেন বৰ্মন,আজিজুৰ ৰহমান, নিৰংকুশ নাথ,সংগীতা দাস, শতঞ্জীৱ দাস
আৰু বাসুদেৱ কলিতা।

সন্মিলনত দলৰ পলিট ব্যুৰ’ ৰ দুই সদস্য ক্ৰমে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ আৰু প্ৰাক্তন সাংসদ নিলোৎপল বসু উপস্থিত থাকে।

সন্মিলনত ২১ টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সন্মিলনত গ্ৰহণ কৰা হয়। অসমৰ চলি থকা লুণ্ঠনৰাজ বন্ধ কৰা, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, গুৱাহাটীৰ পানীৰ পাইপ ফটাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতেই ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা,খাদ্য – সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে, মহিলাৰ ওপৰত হোৱা ক্ৰমবৰ্ধমান অপৰাধৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা ইত্যাদি প্ৰস্তাৱ সন্মিলনে গ্ৰহণ কৰে।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী , ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবী, চাহ শ্ৰমিকৰ সমস্যা উচ্চেদৰ বিৰুদ্ধে আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীক আগত লৈ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত সন্মিলনে গ্ৰহণ কৰে। নতুন পেন্সন ব্যৱস্থা বাতিল কৰাৰ লগতেই সকলোকে পুৰণি পেন্সন ব্যৱস্থাৰ আওতালৈ অনাৰ উপৰিও সাৰ্বজনীন সামাজিক সুৰক্ষামূলক পেন্সনৰ ব্যৱস্থাৰ দাবীত প্ৰস্তাৱ সন্মিলনত গ্ৰহণ কৰা হয়।সন্মিলনে গিবন অভয়াৰণ্য ৰক্ষাৰ লগতে পৰিৱেশ ৰক্ষাৰ দাবীতো এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উল্লেখ্য যে যোৱা ৫ জানুৱাৰীত গুৱাহাটীৰ ফাঁচিবজাৰৰ জাহাজঘাটত অনুষ্ঠিত বিশাল জনসভাৰে এই সন্মিলন আৰম্ভ হৈছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd