• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকঘৰত পোক-পৰুৱাৰ পৰা মুক্তি পোৱাৰ উপায়! এনেদৰে কেতিয়াও বৰ্তি নাথাকিব এটা পৰুৱাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2025 8:15 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকঘৰটো ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়। আমি ঘৰৰ বাকী অংশতকৈও ইয়াক অধিক পৰিষ্কাৰ কৰি ৰখাটো জৰুৰী। পাকঘৰ যিমানেই আধুনিক নহওক কিয়, পোক-পৰুৱাৰ পৰা ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। বহু গৃহিণীৰ অভিযোগ যে পাকঘৰ যিমানেই পৰিষ্কাৰকৈ ৰখা নহওক কিয়, পোক-পৰুৱাবোৰ ক’ৰবাত লুকাই থাকে, আৰু সেইবোৰক খেদি পঠিয়াবলৈ বহু কৌশলৰ পিছতো সিহঁত ঘূৰি আহি থাকে।

পাকঘৰত পোক-পৰুৱা দূৰ কৰিবলৈ বজাৰত বিভিন্ন ৰাসায়নিক সামগ্ৰী উপলব্ধ। কিন্তু সেইবোৰ ব্যৱহাৰ কৰিলে কেৱল পোক-পৰুৱাৰেই নহয় আমাৰো ক্ষতি হয়।  টকাৰো অপচয় হয়। সেয়ে, পাকঘৰৰ পোক-পৰুৱাৰ পৰা স্বাভাৱিকভাৱে কেনেকৈ মুক্তি পাব পাৰি সেয়া জানো আহক।

Apply Now

নহৰু:

নহৰুৰ বহুতো ঔষধি গুণ আছে। আমাৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। সেইবাবেই ৰন্ধা-বঢ়াত নহৰু বেছি ব্যৱহাৰ কৰা হয়। আপুনি জানেনে যে নহৰু কেৱল ৰন্ধা-বঢ়াৰ বাবেই উপযোগী নহয়, পাকঘৰত পোক-পৰুৱা দূৰ কৰাতো সহায় কৰে? হয়, নহৰুৰ প্ৰচণ্ড গোন্ধ পোকে ভাল নাপায়। সেয়ে, আপোনাৰ পাকঘৰৰ পৰা পোক-পৰুৱা দূৰ কৰিবলৈ পাকঘৰৰ বিভিন্ন ঠাইত কেইটামান নহৰু ৰাখিলে পোকবোৰে ইয়াৰ গোন্ধ সহ্য কৰিব নোৱাৰি পলাই যাব।

মজুত ৰখা নহৰু শুকাই গ’লে তাৰ ঠাইত নতুন নহৰুৰ কোহ ৰাখিব লাগে। ইয়াৰ উপৰিও নহৰু ভালদৰে থেতেলিয়াই পানী মিহলাই স্প্ৰে বটলত ভৰাই সেই পানী পাকঘৰত স্প্ৰে কৰিলে পাকঘৰটো পোক-পৰুৱামুক্ত হৈ থাকিব।

ইউকেলিপ্টাছৰ তেল:

এই সুগন্ধি তেলে পাকঘৰত পোক-পৰুৱা দূৰ কৰাত সহায় কৰে। ইয়াৰ কেইটোপালমান পানীৰ লগত মিহলাই স্প্ৰে’ বটলত ভৰাই গোটেই পাকঘৰত স্প্ৰে’ কৰিলে সৰু সৰু পোক-পৰুৱা, মকৰা, পঁইতাচোৰা আদি নাশ হ’ব।

কৰ্পূৰ:

পাকঘৰত পোক-পৰুৱা দূৰ কৰিবলৈ কৰ্পূৰ সহজে ব্যৱহাৰ কৰিব পাৰি। এচামুচ বা দুচামুচ লেভেণ্ডাৰ তেল কৰ্পূৰ গুড়িৰ লগত মিহলাই আলমাৰী বা পোক-পৰুৱা থকা ঠাইত ৰাখিব। ইয়াৰ প্ৰচণ্ড গোন্ধ পোকে ভাল নাপায়। গতিকে পাকঘৰৰ পৰা পলাই যাব।

লং:

লঙে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় আপোনাৰ পাকঘৰৰ পৰা পোক-পৰুৱা দূৰ কৰাতো সহায় কৰে। কাৰণ লঙৰ প্ৰচণ্ড গোন্ধ পোকে ভাল নাপায়। গতিকে পাকঘৰত পোক-পৰুৱা দূৰ কৰিবলৈ লঙৰ গুড়ি পানীৰ লগত মিহলাই স্প্ৰেৰ বটলত ভৰাই গোটেই পাকঘৰত স্প্ৰে’ কৰিলে পোক-পৰুৱাবোৰ পলাই যাব।

কেৰাচিন:

পাকঘৰত পোক-পৰুৱা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে। তাৰ লগত আৰু একো মিহলি কৰাৰ প্ৰয়োজন নাই। স্প্ৰেৰ বটলত ভৰাই পোক-পৰুৱা থকা ঠাইত স্প্ৰে কৰিলে পোক-পৰুৱাবোৰে গোন্ধ সহ্য কৰিব নোৱাৰি পলাই যাব। ইচ্ছা কৰিলে কপাহত কেৰাচিন তিয়াই পাকঘৰৰ কিছুমান বিশেষ ঠাইত ৰাখি পোক-পৰুৱা আঁতৰাই ৰাখিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd