• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিশা টোপনি নাহিলে কি কৰিব? জানি লওক টোপনি অহাৰ কিটিপ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 12, 2025 8:22 pm
169
VIEWS
Share on FacebookShare on Twitter

নিশা টোপনি নাহে নেকি আপোনাৰ? টোপনি যাবলৈ বিচনাত উঠাৰ ঘন্টা ঘন্টাৰ পিছতো যদি আপোনাৰ টোপনি নাহে তেন্তে ই এটা ডাঙৰ সমস্যা। সেয়ে এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পৰা কেইটামান সহজ কিটিপ আপোনাক জনাবলৈ ওলাইছোঁ –

১. বিচনালৈ যোৱাৰ আগতে ৩০ৰ পৰা ৬০ মিনিট সময় পঢ়া শুনা বা ধ্যান কৰিব লাগে।

২. শোৱাৰ আগতে ইলেক্ট্ৰনিক ডিভাইচ, যেনে ফোন আৰু টেবলেট পৰিহাৰ কৰক, কাৰণ ইয়াৰ পৰা ওলোৱা নীলা পোহৰে আপোনাৰ টোপনিত বাধা দিব পাৰে।

৩. শোৱাৰ আগতে কোঠাৰ বাল্ব বন্ধ কৰক।

৪. নিশ্চিত কৰক যাতে আপোনাৰ বিচনা, গাৰু, তুলি আদি আৰামদায়ক হয়।

৫. লাহে লাহে আৰু গভীৰভাৱে উশাহ লওক যাতে আপোনাৰ স্নায়ুতন্ত্ৰ শান্ত হয়।

৬. শোৱাৰ আগতে কেফেইন আৰু নিকটিন জাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক।

৭.  মদ্যপান সীমিত কৰক।

৮. কাম কৰা, পঢ়া-শুনা, টিভি চোৱাৰ বাবে আপোনাৰ বিচনাখন ব্যৱহাৰ নকৰিব। বিচনাখন সদায় শোৱাৰ বাবেই ব্যৱহাৰ কৰক।

৯. টোপনি নহাৰ সমস্যাটো বেছিকৈ হ’লে চিকিৎসকৰ কাষ চাপক।

Recent News

সামাজিক মাধ্যমত মুকেশ আম্বানীৰ পুত্ৰবধূ অন্তঃসত্ত্বা হোৱাৰ গুঞ্জন! কিমান সত্যতা আছে এই খবৰত?

সামাজিক মাধ্যমত মুকেশ আম্বানীৰ পুত্ৰবধূ অন্তঃসত্ত্বা হোৱাৰ গুঞ্জন! কিমান সত্যতা আছে এই খবৰত?

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd