• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

নিয়মিত যৌন সম্পৰ্ক কৰিলে কি লাভ হয় জানো আহক

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
January 14, 2025 8:39 pm
241
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন কাৰ্যকলাপ কেৱল প্ৰেমৰ পৰিভাষাই নহয়, ই নহয় মাথোঁ কামনা পূৰণৰ আহিলা। যৌন কাৰ্যকলাপৰ আছে আন এক উপকাৰ। মানসিক আৰু শাৰীৰিক স্বাস্থ্য সুস্থিৰ কৰি ৰাখে নিয়মিত যৌন কাৰ্যকলাপে।

নিয়মিত সুস্থ যৌন সম্ভোগ ব্যায়ামৰ পৰিপূৰক হ’ব পাৰে। গতিকে, নিয়মিতভাবে যৌন কাৰ্যকলাপ কৰিলে এজন প্ৰাপ্তঃবয়স্ক ব্যক্তি সুস্থ হৈ থাকিব পাৰে।

Apply Now

যৌন সম্পৰ্কৰ শাৰীৰিক উপকাৰিতাৰ বিষয়ে জানো আহক –

১. কেলৰি বাৰ্নিং : যৌন ক্ৰিয়া-কলাপৰ ফলত শৰীৰৰ কেলৰি নাশ হয়। কিন্তু সময় আৰু যৌন কাৰ্যকলাপৰ তীব্ৰতাৰ ওপৰত ভিত্তি কৰি ইয়াৰ পৰিমাণ বেলেগ বেলেগ হয়। গড়ে ৩০ মিনিটৰ যৌন সম্ভোগে ৮৫–১৫০ কেলৰি নাশ কৰিব পাৰে। যিটো লঘুৰ পৰা মধ্যমীয়া ব্যায়ামৰ সৈতে তুলনাযোগ্য।

২. হৃদযন্ত্ৰৰ স্বাস্থ্য : যৌন সম্ভোগে ই হৃদস্পন্দন বৃদ্ধি কৰিব পাৰে। ই লঘু এৰোবিক ব্যায়ামৰ দৰেই কাম কৰে। নিয়মিত যৌন কাৰ্য্যকলাপৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হোৱাৰ সম্পৰ্ক কিছুমান গৱেষণাত পোৱা গৈছে।

৩. পেশী শক্তিশালী : যৌন সম্ভোগে বিভিন্ন পেশীক শক্তিশালী কৰি তোলে। বিশেষকৈ পেট, উৰু, আৰু বাহু আদি অংগ সমূহৰ পেশী যৌন সম্ভোগৰ ফলত শক্তিশালী হয়।

৪. নমনীয়তা : যৌন ক্ৰিয়াৰ কিছুমান বিশেষ অৱস্থানে শৰীৰৰ নমনীয়তা (Flexibility) বৃদ্ধি কৰিব পাৰে। ই ষ্ট্ৰেচিঙৰ দৰেই।

৫. মানসিক আৰু আৱেগিক : যৌনতা সম্ভোগে এণ্ড’ৰ্ফিন আৰু অক্সিট’চিন হ’ৰমনৰ মুক্ত কৰে। যাৰ ফলত মানসিক চাপ হ্ৰাস হোৱাৰ লগতে মন আৰু মেজাজ উন্নত হয়।

৬. টোপনি : অৰ্গাজমৰ পিছত শৰীৰে প্ৰ’লেক্টিন নামৰ হৰম’ন নিৰ্গত কৰে যিয়ে ভাল টোপনি অহাত সহায় কৰে।

উল্লেখ্য যে যৌনতাই মধ্যমীয়া শাৰীৰিক কাৰ্য্যকলাপ প্ৰদান কৰিব পাৰে যদিও সাধাৰণতে ই দৌৰা বা ভাৰোত্তোলনৰ দৰে গাঁথনিগত ব্যায়ামৰ সমান হ’ব নোৱাৰে। ব্যায়ামৰ সময় প্ৰায়ে দীঘলীয়া আৰু ধাৰাবাহিক হয়। আনহাতে যৌনতাৰ সময় চুটি হয় আৰু ধাৰাবাহিক নহ’বও পাৰে।

মনত ৰখা ভাল যে যৌনতা সুস্থ জীৱনশৈলীৰ পৰিপূৰক হ’ব পাৰে। ই শাৰীৰিক কাৰ্যকলাপত অৰিহণা যোগাব পাৰে যদিও ই নিয়মীয়া, গাঁথনিগত ব্যায়ামৰ বিকল্প নহয়।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd