• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ভাৰতীয় সেনা দিৱস; কিয় প্ৰতি বছৰে ১৫ জানুৱাৰীত পালন কৰা হয় এই দিৱস? জানি লওক ইতিহাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2025 12:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশতে আজি ৭৭তম ভাৰতীয় সেনা দিৱস উদযাপন কৰা হৈছে। ১ জানুৱাৰীত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰিছিল যে ২০২৫ চন হ’ব সংস্কাৰৰ বছৰ। সেই কথা মনত ৰাখি ভাৰতীয় সেনাই এই বছৰ শত্ৰুৰ সৈতে মুখামুখি হোৱাৰ ক্ষেত্ৰত অধিক অত্যাধুনিক, প্ৰযুক্তিগতভাৱে উন্নত, আৰু অধিক তৎপৰ তথা শক্তিশালী হোৱাৰ অংগীকাৰ কৰিছে।

৭৭ সংখ্যক সেনা দিৱসৰ থিম

Apply Now

২০২৩ চনটো আছিল ভাৰতীয় সেনাৰ বাবে পৰিৱৰ্তনৰ বছৰ। ২০২৪ আৰু ২০২৫ চনত সেনাৰ লক্ষ্য হৈছে প্ৰযুক্তিগত বিকাশৰ লগত খোজ মিলাই চলা। ভাৰতীয় সেনাই ইতিমধ্যে এই দশকত অৰ্থাৎ ২০২৩ চনৰ পৰা ২০৩২ চনলৈ আধুনিক যুগৰ লগত ক্ৰমান্বয়ে খাপ খুৱাই লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এইবাৰ ৰাজনাথ সিঙৰ দৃষ্টিভংগী অনুসৰি ২০২৫ চন সংস্কাৰ আৰু পুনৰ্গঠনৰ বছৰ হ’বলৈ গৈ আছে।

১৫ জানুৱাৰীত কিয় পালন কৰা হয় ভাৰতীয় সেনা দিৱস?

ভাৰতৰ প্ৰথমজন জেনেৰেল (পিছলৈ ফিল্ড মাৰ্শ্বাল) কে এম কেৰিয়াপ্পাই ১৯৪৯ চনত শেষৰজন ব্ৰিটিছ কমাণ্ডাৰ ইন চিফ এফ আৰ আৰ বুচাৰৰ পৰা সেনাবাহিনীৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ স্বাধীন ভাৰতৰ প্ৰথমজন মুখ্য সেনাধ্যক্ষ হিচাপে পৰিগণিত হয়। সেই দিনটোৰ স্মৃতিত প্ৰতি বছৰে ১৫ জানুৱাৰীত ভাৰতীয় সেনা দিৱস পালন কৰা হয়।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীৰ সৃষ্টি হৈছিল পৰাধীন ভাৰতত। তাৰ পিছত ইয়াৰ নাম ব্ৰিটিছ ইণ্ডিয়ান আৰ্মী আৰু প্ৰিন্সলি ষ্টেটছ আৰ্মি ৰখা হয়। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছত এই দুই যৌথ বাহিনীৰ সৈতে একত্ৰিত হৈ যায় ভাৰতীয় জাতীয় সেনা (নেশ্যনেল আৰ্মি অফ ইণ্ডিয়া)।

সেনা দিৱসৰ পেৰেডত ৰবট

এইবাৰ পুনেত অনুষ্ঠিত হৈছে সেনা দিৱসৰ পেৰেড। বম্বে ইঞ্জিনিয়াৰ্ছ পেৰেড খেলপথাৰত সেনাৰ পেৰেড অনুষ্ঠিত হৈছে। এইবাৰৰ এটা বিশেষ চমক হৈছে ৰবটৰ প্ৰদৰ্শন। পেৰেডত অংশগ্ৰহণ কৰিব বিশেষ ৰবটিক মিউল (MULE) বা মাল্টি ইউটিলিটি লেগ ইকুইপমেন্ট। অত্যাধুনিক প্ৰযুক্তি আৰু অত্যাধুনিক সামৰ্থ্য থকা এই ৰবটৰ জৰিয়তে ভাৰতীয় সেনাই শত্ৰুৰ ঘাটিসমূহ সহজে চিনাক্ত কৰি ধ্বংস কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। একে সময়তে নিৰাপত্তাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই ৰবটবোৰ বহু দূৰৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd