• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পণবন্দীসকলক মুকলি কৰি দিয়া হৈছে যদিও হামাছ এতিয়াও ইজৰাইলৰ সকলো চৰ্ত মানি ল’বলৈ ইচ্ছুক নহয়: নেতানিয়াহু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2025 5:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধবিৰতিৰ চৰ্ত অনুসৰি সকলো ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ সন্মত হৈছে পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছ। অৱশ্যে তেওঁলোক এতিয়াও টেল আভিভৰ সকলো চৰ্ত মানি ল’বলৈ সন্মত হোৱা নাই। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে বৃহস্পতিবাৰে নিশা এই কথা ঘোষণা কৰে।

কাটাৰৰ আমিম বিন হামাদ আল-থানীৰ মধ্যস্থতা আৰু আমেৰিকা আৰু ইজিপ্তৰ সক্ৰিয় সহযোগিতাত বুধবাৰে নিশা গাজা ষ্ট্ৰিপত যুদ্ধবিৰতিৰ বাবে সন্মত হয় দুয়োখন দেশৰ যুদ্ধবিৰতি। নেতানিয়াহুৰ কাৰ্যালয়ে কয় যে যুদ্ধবিৰতি চুক্তিত অনুমোদন জনোৱাৰ বাবে শুকুৰবাৰে কেবিনেট বৈঠক আহ্বান কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে, এই সন্দৰ্ভত চৰকাৰে পণবন্দীসকলৰ পৰিয়াললৈয়ো বাৰ্তা প্ৰেৰণ কৰিছে।

Apply Now

কিন্তু বৃহস্পতিবাৰে পুৱা নেতানিয়াহুৰ কাৰ্যালয়ে যুদ্ধবিৰতিৰ সম্ভাৱনাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে হামাছে শেষ মুহূৰ্তত চুক্তিখনত উল্লেখ কৰা সকলো চৰ্ত সম্পূৰ্ণৰূপে মানি চলা নাই। চুক্তিৰ বাহিৰত অতিৰিক্ত সুবিধা লাভৰ চেষ্টা চলাইছে। এই পৰিস্থিতিত কেবিনেট বৈঠক পিছুৱাই দিয়াৰ আভাসও দেখা গ’ল। ইয়াৰ উত্তৰত হামাছৰ নেতা ছামি আবু জুহৰীয়ে কয় যে হামাছে যুদ্ধবিৰতি চুক্তিক সন্মান কৰা নাই বুলি নেতানিয়াহুৱে কৰা দাবী ভিত্তিহীন।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰৰ নিশা হামাছে হঠাতে গাজাৰ পৰা ইজৰাইলৰ ভূখণ্ড আক্ৰমণ কৰি সেই ইহুদী নাগৰিকসকলক পণবন্দী কৰি লৈ যায়। আৰু তাৰ পাছত নেতানিয়াহুৰ সেনাই গাজা ষ্ট্ৰিপৰ সিপাৰে ধ্বংস আৰম্ভ কৰিলে। যোৱা ১৬ মাহত ইজৰাইলৰ সামৰিক আক্ৰমণত প্ৰায় ৫৩ হাজাৰ পেলেষ্টাইনী নিহত হৈছে। আনহাতে, ৭ অক্টোবৰ আৰু তাৰ পাছত হামাছৰ আক্ৰমণত প্ৰায় দুহাজাৰ ইজৰাইলী নিহত হৈছিল। কাটাৰৰ ৰাজধানী ডোহাত যুদ্ধবিৰতি চুক্তিৰ পাছত হামাছে ঘোষণা কৰিছে যে ইজৰাইলৰ সকলো পণবন্দীক পৰ্যায়ক্ৰমে মুকলি কৰি দিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd