• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনত সকলো বিৰোধী দলক একত্ৰিত হ’বলৈ আহ্বান অখিল গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2025 6:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰাৰ স্বাৰ্থত সকলো বিৰোধী দলকে মিত্ৰতা কৰি পঞ্চায়ত নিৰ্বাচনত অৱত্তীৰ্ণ হ’বলৈ আহ্বান জনাইছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অখিল গগৈয়ে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচন হ’ব ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পৰীক্ষা।

Apply Now

‘‘আমি অনুভৱ কৰোঁ যে কংগ্ৰেছকে ধৰি ১৬টা বিৰোধী দলে যদি পঞ্চায়ত নিৰ্বাচনত হাত মিলাই তেতিয়া বিজেপি নিশ্চয় পৰাস্ত হ’ব।” – গগৈয়ে কয়।

গগৈয়ে উল্লেখ কৰে যে মিত্ৰতা অবিহনে বিজেপিক পৰাস্ত কৰা সম্ভৱ নহ’ব। মিত্ৰতা নকৰিলে আকৌ এবাৰ ভোট বিভাজন হ’ব।

তেওঁ দাবী কৰে যে কংগ্ৰেছেহে মিত্ৰতাৰ ওপৰত গুৰুত্ব দিব লাগিব।

”আগন্তুক নিৰ্বাচনত যাতে কোনো ধৰণৰ সংঘৰ্ষ বা সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে কংগ্ৰেছে মিত্ৰতা চূড়ান্ত কৰক। যোৱা উপ-নিৰ্বাচন কংগ্ৰেছে অকলে খেলাৰ সিদ্ধান্ত লৈছিল আৰু শেষত তাৰ কুফল লাভ কৰিলে,” তেওঁ কয়।

তেওঁ লগতে কয়, “মই কংগ্ৰেছক আবেদন জনাইছো যে যদি তেওঁলোকে সঁচাকৈয়ে ২০২৬ চনত বিজেপিক পৰাস্ত কৰিব বিচাৰে তেন্তে তেওঁলোকে মিত্ৰতাত যোগদান কৰক।”অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মক লক্ষ্য কৰি অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শর্মাৰ হাতত ক্ষমতা থকালৈকে অসম আগবাঢ়িব নোৱাৰে আৰু জনসাধাৰণৰ উন্নতি হ’ব নোৱাৰে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd