• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোমূত্ৰত আছে উৎকৃষ্ট ঔষধি গুণ; বিতৰ্কৰ সৃষ্টি কৰি দাবী আই আই টি মাদ্ৰাজৰ সঞ্চালকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2025 2:12 pm
135
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ আই আই টি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটিৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। তাত তেওঁ গোমূত্ৰৰ ঔষধি গুণৰ প্ৰশংসা কৰা শুনা যায়। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি ভিডিঅ’টোত কামাকোটিয়ে দাবী কৰিছে যে গোমূত্ৰত এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল, আৰু পাচন গুণ আছে। জনাইছে যে ই ইৰিটেবল বাৱেল চিণ্ড্ৰমৰ দৰে ৰোগ নিৰাময় কৰিব পাৰে।

চেন্নাইৰ গো সংৰক্ষণশালাত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে আই আই টি মাদ্ৰাজৰ পৰিচালকগৰাকীয়ে। তাৰেই ভিডিঅ’টো ভাইৰেল হৈ পৰিল। তাত তেওঁ এজন সন্ন্যাসীৰ বিষয়ে এটা উপাখ্যানো কয়। তীব্ৰ জ্বৰৰ সময়ত তেওঁ গোমূত্ৰ সেৱন কৰা বুলি হেনো দাবী কৰিছিছি সন্ন্যাসীয়ে।

আই আই টি মাদ্ৰাজৰ সঞ্চালকে কৰা মন্তব্যক সমালোচনা কৰিছে কংগ্ৰেছ আৰু ডি এম কেৰ প্ৰতিনিধিয়ে। কংগ্ৰেছ নেতা কাৰ্তি পি চিদাম্বৰমে এই মন্তব্যক তীব্ৰ গৰিহণা দি আই আই টি মাদ্ৰাজৰ সঞ্চালকে ভুৱা বিজ্ঞানৰ প্ৰচাৰ কৰা বুলি অভিযোগ কৰে। তেওঁ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনক টেগ কৰি লিখিছে, “আই আই টি মাদ্ৰাজৰ সঞ্চালকে ভুৱা বিজ্ঞান বিক্ৰী কৰাটো অত্যন্ত অশোভনীয়।”

ডি এম কে নেতা টি কে এছ এলাংগোভানেও সঞ্চালকগৰাকীৰ মন্তব্যক সমালোচনা কৰি তেওঁক আন এটা প্ৰতিষ্ঠানলৈ বদলি কৰাৰ দাবী জনায়। তেওঁ কটাক্ষ কৰি কয়, “ভি কামাকোটিক আই আই টি মাদ্ৰাজৰ পৰা ভাৰত চৰকাৰৰ যিকোনো মেডিকেল কলেজলৈ বদলি কৰা উচিত। আই আই টিত তেওঁ কি কৰিব? ই অভিযান্ত্ৰিক আৰু অন্যান্য ক্ষেত্ৰৰ সৈতে জড়িত। তেওঁক এইমছৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া উচিত।”

Recent News

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd