• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহা সংকটত ৰাম গোপাল! কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ; জাৰি জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2025 8:14 pm
134
VIEWS
Share on FacebookShare on Twitter

ডাঙৰ বিপদত পৰিছে ৰাম গোপাল বাৰ্মা। চেক বাউন্সৰ গোচৰত মুম্বাইৰ আদালতত দোষী সাব্যস্ত হৈছে চলচ্চিত্ৰ পৰিচালকগৰাকী। সেই গোচৰত মুম্বাইৰ আন্ধেৰীৰ দণ্ডাধীশ আদালতে তেওঁক ৩ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

চেক বাউন্সৰ সৈতে জড়িত গোচৰটো ৭ বছৰ ধৰি চলি আছিল। যোৱা মঙলবাৰে আদালতে এই গোচৰৰ ৰায়দান কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু সেইদিনা আদালতত উপস্থিত নাছিল ৰাম গোপাল। সেইবাবেই তেওঁক গ্ৰেপ্তাৰৰ বাবে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰা হৈছে।

এই গোচৰত ৰাম গোপাল বাৰ্মাক ৩.৭২ লাখ টকা ক্ষতিপূৰণ দিবলৈও আদালতে নিৰ্দেশ দিছে।ছবি পৰিচালকগৰাকীয়ে এই ধন অভিযোগকাৰীক দিব লাগিব। যদি অহা তিনিমাহৰ ভিতৰত এই ক্ষতিপূৰণ দিব নোৱাৰে তেন্তে ৰাম গোপাল বাৰ্মাই আৰু তিনিমাহ কাৰাগাৰত কটাব লাগিব।

২০১৮ চনৰ ঘটনা। ৰাম গোপাল বাৰ্মা আৰু শ্ৰী নামৰ কোম্পানী এটাৰ মাজত আৰ্থিক লেনদেনত সমস্যাৰ সৃষ্টি হয়। পৰিচালকগৰাকীৰ বিৰুদ্ধে চেক বাউন্স কৰাৰ অভিযোগ উঠে। তিনিমাহ সময় থকাৰ পিছতো ৰাম গোপালৰ একাউণ্টত নাছিল ৩.৭২ লাখ টকা। ফলত সংস্থাটোৱে পৰিচালকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত কেইবাটাও শুনানি অনুষ্ঠিত হয়।

অৱশ্যে এই গোচৰত ৰাম গোপালে আদালতক সহযোগ কৰা নাছিল বুলি জানিব পৰা গৈছে। কেইবাটাও শুনানিত তেওঁৰ অনুপস্থিতিয়ে বিষয়টো আৰু অধিক জটিল কৰি তোলে।

Recent News

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd